পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জমা খৰচৰ:জাহি । ১২৯ দাসীৰামে বজাৰলৈ গই ৩»০ অনা মোণ দৰে |৬-চাউল, % অন৷ সেৰ দৰে /\/% ছটাক মগুমাহ, /৫ পয়স| সেৰ দৰে ৭ সেৰ মাটিমাহ, ১০ পয়সা সেৰ শৰে । ৩h• পোৱা বুটমাহ, ।d• অনা সেৰ দৰে ।৩৯০ পোৱ। তেল, দn• অনা সেৰ দৰে ১৭/১ ছটাক, ঘিউ, আৰু ১০ পয়সা সেৰ দৰে /২॥• পোৱ৷ আৰু কিনিলে। তাৰ হাতত মুঠ ১০০ টকা আছিল। ইয়াৰ এখন জমা খৰচ লেখা । ২য় প্রশ্ন । পতিৰামে নানাৰকমৰ বস্তু কিনিবলৈ ৭০ টকা লই গল। সি। অন৷ পোৱা দৰে।২/৩ ছটাক কপাহী সূতা ১hন• অনা গজ দৰৰ ৩। গজ বনাত, ১J• অনা গজ দৰৰ ১২ গজ মাৰ্থিন কাপোৰ, \/১০ গণ্ড৷ সেৰ দৰে /n• পোৱ৷ চেনি, /১৫ পয়সা সেৰ দৰে / |• পোৱা লোণ, ।) অনা সেৰ দৰে /৪৭০ পোৱা তেল, /১৫ পয়সাৰ মাছ, ২৫ পয়সাৰ পান, /১০ পয়সাৰ তামোল আৰু ১০ পয়সাৰ শাক পাচলি কিনিলে । ইয়াৰ এখন জমা খৰচ লেখি দেখুৱা । ৩য় প্রশ্ন । কালীৰামে । ন্য০ পয়সা পোৱ। দৰে ৭Mন ছটাক ওজনৰ ৩ খন কাহি, ।b• অনা পোৱ৷ দৰে /5\o• ছটাক ওজনৰ ৫টা বাটা//% অনা পোৱ৷ দৰে ১০% ছটাক ওজনৰ এট। ঘটী, ॥১৫ পয়স৷ পোৱ। দৰে /৩০ পোৱা ওজনৰ ২টা। মুনা সেৰ দৰে ॥১৭ পোৱা ওজনৰ এট। খৰাহি, দৰে /১ন• ছটাক ওজনৰ এখন পান ধোৱা তা পোৱা দৰে /cদ পোৱা ওজনৰ ২ খন তামোল । খোৰ৷ বট৷ কিনিলে। তাৰ হাতত মুঠ ১৩০ টকা আছিল । ইয়াৰ এখন জমা থচ প্ৰস্তুত কৰা ।