পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৰমহা । ১০৯ টকায় অনা ছয় গণ্ডা ভূক্রান্তি টুকড়া । অনা প্রতি ছয় কড়া ই ক্রান্তি ধৰা ॥ অর্থ । ব ছৰে যিমান দৰমহ হয়, তাৰ প্ৰতি টকাত /৬৷= ক্রান্তি, আৰু প্ৰতি অনাত ১৷৷ = ক্রান্তি ধৰিলে এক মাহৰ দৰমহা পোৱা যায় । ১ম প্রশ্ন । মাধৰামৰ বছেৰেকিয়া দৰমহা ৪০০ টকা হলে। ৫ মাহৰ দৰমহা কিমান? টকা প্রতি (৬ = ক্রান্তি হিসাবে ৪৫ টকাত ট. ৩/৬1 = ] ৫ মাহৰ দৰমহা১৬| ১৩ – ২য় প্রশ্ন । বগিৰামৰ বছেৰেকিয় দৰমহা ট.২০৬০ হলে । ৭ মাহৰ দৰ মহা কিমান? পাতন ঃ = টক প্রতি /ছ৷ = ক্রান্তি হিঃ ২৫ টকাত ট. ম৷৷১৩৷– ক্রান্তি অনা প্রতি ১৷৷ = ক্রান্তি হিঃ w০ অনাত । • এক মাহৰ দৰমহা ১৷৷১১৩| – ক্রান্তি ৭ মাহৰ দৰমহা ট. ১২/১৩| – ক্রান্তি বছেৰেকিয়া দৰমহা । দিন প্রতি। ৩৬০ দিনে বছৰ ধৰিলে তলত লেখা আর্যা অনুসৰি হব। অন্য স্থলত ত্ৰৈৰাশি কৰ নিয়মে ফল উলিয়াব লাগে। ১৯ । বছৰে দৰমহা যাৰ যিমান হোৱয় । দিনে পতি কত তাৰ পড়িব নিশ্চয় ॥