পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৮ মৌখিক অঙ্ক। ১০ গণ্ডা ২ কড়া ২ ক্রান্তি, আৰু প্ৰতি অনত ২ কড়া ২ ক্রান্তি ধৰিলে এক দিনৰ দৰমহা পোৱা যায় । এই আর্যা অনুসৰি ৩০ দিনে মাহ ধৰি, অঙ্ক কৰিব পাৰি । অন্য প্ৰকাৰৰ স্থলে ত্ৰৈৰাশি কৰ নিয়মে ফল উলিয়াব লাগে । ১ম প্রশ্ন । মাহিলি ২০টক৷ দৰমহ৷ হলে ১দিনৰ দৰমহ৷ কিমান ? ১ টকা প্রতি ১০ | = ক্রান্তি । ২০ এক দিনৰ দৰমহা ॥ন১৩| – ক্রান্তি । ২য় প্রশ্ন । মাহিলি দন• অনা দৰ মহা হলে ১১ দিনৰ দৰ- মহা বিমান ? অনা প্রতি ৷৷ = ক্রান্তি হিসাবে দ0• অনাত ৯। – ক্রান্তি ১১ দিনৰ দৰমহা ॥/২ = ক্রান্তি ৩য় প্রশ্ন। মাহিলি দৰমহা ট.৬৷নহলে ৭দিনৰ দৰমহা কিমান? পাতন ;—টক৷ প্রতি ১০ = ক্রান্তি হি: ৬ টকাত ১৪গ. অনা , a = ক্রান্তি হিঃ ॥ন• অনাত ৫৬৷ = ক্রান্তি এক দিনৰ দৰমহ। J১ | = ক্রান্তি ৭ দিনৰ দৰমহা ম১৪। = ক্রান্তি । বছেৰেকিয়া দৰমহা । মাহে পতি । ১৮ । বছৰে মাহিন৷ যাৰ যিমান হোৱয় । মাহে পতি কত তাৰ পড়িব নিশ্চয় ॥