পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সে ৰ কষ । ৯৯ লঘুৰ পৰ গুৰু । (১ তোলাৰ দাম জানা থাকিলে ১ সেৰৰ দাম উলিয়াবৰ নিয়ম । ) ১৪ । তোলা প্রতি দৰ যত। সেৰে পতি হয় কত ? হলে তোলা এক কড়া। সেৰে এক অনা ধৰ ॥ যত গণ্ড তোলা দৰ । সেৰে তত সিকি ধৰ ॥ অনা প্রতি পাচ টকা। সেৰে পতি কৰা লেখা ॥ অর্থ । তোলাৰ দৰ যিমান কড়া এক সেৰৰ দাম সিমান অনা, তোলাৰ দৰ যিমান গণ্ডা এক সেৰৰ দাম সিমান সিকি, আৰু তোলাৰ দাম যিমান অনা এক সেৰৰ দৰ সিমান পাচ টকা হয় । ১ম প্রশ্ন । ১ তোলা মুগা সূতাৰ দাম ন• অনা হলে, ৩ সেৰৰ দাম কিমান ? অনা প্ৰতি ৫ টকা হিসাবে • অনাত ১০১ টকা, এতেকে ৩ সেৰৰ দাম ৩০ টকা । ২য় প্রশ্ন । ১ তোলা কপাহী হুতাৰ দাম ৯৬ গণ্ড ; ৮ সেৰৰ দাম কিমান ? গণ্ড। প্রতি ।• সিকি হিসাবে ৬ গণ্ডাত ॥|• টকা, এতেকে ৮ সেৰৰ দাম ১২ টকা। ৩য় প্রশ্ন। ৩ কড় তোলাৰ দৰ হলে ৫ সেৰৰ দাম কিমান ? কড়৷ প্রতি • অনা হিসাবে ধ কড়াত J• অনা, এতেকে ৫ সেৰৰ দাম প0• অনা । ৪র্থ প্রশ্ন । ১. তোলাৰ দাম ॥d১২] কড়া ; ১ সেৰৰ দাম কিমান ? ।