পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৮ মৌখিক অঙ্ক। ( এক সেৰৰ দাম জানা থাকিলে এক তোলাৰ দাম উলিয়। বৰ নিয়ম। ১৩। সেৰত যিমান টকা তোলাত কিমান ? টকা প্ৰতি চাৰি গঙা না ভাবিবা আন ॥ অন| প্রতি এক কড়া গঙায় চাৰি তিল । কড়া প্রতি এক তিল জানিবা সুশীল ॥৷ অর্থ । সেৰৰ দাম যিমান তাৰ প্ৰতি টকাত ২৪ গণ্ড, প্রতি অনাত ১ কড়াপ্রতি গণ্ডাত ২৫৪ তিল, আৰু প্রতি কড়াত ৫২ তিল ধৰিলে এক তোলাৰ দাম পোৱা যায় । ১ম প্রশ্ন। ১ সেৰ সূতাৰ দাম ৪ টকা ; ৩ তোলাৰ দাম। কিমান ? টকা প্রতি ৪ গণ্ড। হিসাবে ৪ টকাত ১৬ গ'ণ্ডা, এতেকে ৩ তোলাৰ দাম ৯৮ গ. ২য় প্রশ্ন । মোৰ সেৰে ৬০ অনা ; ৭ তোলাৰ দাম । কিমান ? অনা প্রতি a কড়া হিসাবে দ০ অনাত ৩ গণ্ডা, এতেকে । ৭ তোলাৰ দাম /১ গ. ৩য় প্রশ্ন । ১ সেৰ ৰঙ্গা সূতাৰ দাম ট. ৩/১২৷৷ হলে ১ তোলাৰ দাম কিমান ? পাতন ঃ–টকা প্রতি ৪ গণ্ডা হি: ৩ . টকাত ১২ গ. অনা , ব কড়া , ॥/ • অনাত ২। ক. গঙা , ৫৪ তিল , ১২ গণ্ডাত ংে০৮ তিল । কড়া ,, ১ , , a৷ , কড়াত ৫২ তিল এক তোলাৰ দাম ১৪ান১০