সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি। আসাম দেশত আজিকালি কামৰ নতুন সোঁত ববলৈ আৰম্ভ হৈছে। ৰেল-কোম্পানি, চাহ বাগিছা এইবিলাক ঠাইত বিদেশীৰ হিঁচ্‌-হিঁচ্ হৈছে। | বিলাকে আসামত- মাটি লৈ নানা তৰহৰ খেতি আৰম্ভ কৰিছে। তেওঁ- মাটিমাহ, সৰিয়হ আদি অসমীয়াৰ পৰা কিনি লৈ কেঞা-বেপাৰীয়ে তাতেই দৌলদাৰ হৈছে। | অসমীয়া ৰায়তক মাটিৰ খাজানাৰ সময়ত ধন ধাৰে দি ইগুণ লাভত আঘোণ মাহত পথাৰৰ পৰাই ধানৰ ডাঙ্গৰি কঢ়িয়োৱাই তত নেপায় জাহাজত অসমীয়া নাই; | বেলত অসমীয়াক চুকে-কাণে দেখিলেও ভাল; চাহ বাগিচাত অসমীয়া দুটি এটি মাথোন পোৱা যায়। দোকান-পোহাৰত অসমীয়াৰ লাজ; ঠিকাত অসমীয়াৰ =ই; বেহা-বানিজত অসমীয়াৰ বুদ্ধি নাই—ধন নাই— একতা নাই। লেখাপঢ়াত অসমীয়া পিছ পৰা। গবৰ্ণ- মেণ্টৰ বিষয়-বাসনাত অসমীয়া তল-পৰা। পোনে চাৰিও সভ্যতাৰ চেপা-খুণ্ডাত অসমীয়াই ঠাৱৰিব দেশত হুলস্থূল হৈছে। অসমীয়াৰ নোৱৰা হৈছে। শিল্পি- পৰীক্ষাৰ সময় উপস্থিত। আসামত নতুন কলেজ