পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(oil) শইকীয়াই জন্ম শতবার্ষিকী উছৱৰ সময়ত গ্ৰন্থখন আটক-খুনীয়াকৈ সুধী-সমাজৰ আগত উলিয়াই দিবলৈ লােৱা সজ-সিমান্তৰ বাবে তেওঁলৈ আমাৰ কৃতজ্ঞতা জনাইছে। শেহান্তৰত সদাশয় সুধী সমাজে এই গ্রন্থক পুনৰ সমাদৰ জনালে আমি তৃপ্তি আৰু সন্তুষ্টি লাভ কৰিম। শ্ৰীৰাম মেধি শান্তিপুৰ গুৱাহাটী ১০ আগষ্ট, ১৯৭৮