পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৫২ অসমীয়া ব্যাকৰণ আৰু ভাষাভ four roads); তিনি-তি (তিনি সুতিৰ মুখ যত, junction of the streams ); সাত-বিহু (সাতদিন ব্যাপি বি বি, seven Bihu festival); বাতি -কাল (বাতি যি কাল, twelve age=al ages, always); “চী (পাঁচ ৰ যাৰ, a cloth of ave, color=a ind of coloured end or mago cloth)। ৫১৩। মূল (Drivation) ইয়াৰ মূল সংস্কৃত দ্বিগু সমাস। বৈদিক যুগতে দুইৰ পৰা উ সংখ্যাবাচক শব্দ প্রথম পদ হলে আৰু সমষ্টি অর্থ প্রকাশ কৰিলে সমাসটো ক্লীবলিঙ্গ একবচন হৈছিল। যেনে, ত্রিযুগ (period of three lives); দশজুল (length of ten fingers)। পালিত এই সমাস,আছিল। কিন্তু পালিত সংস্কৃত লিঙ্গ সদাই ৰক্ষিত নহৈছিল। যেনে স. বিলােক (ক্লীব লি.), পালি—ত্রিলােকি (খ্রী), (three worlds collectively)। সেইদৰে চতু-দিস (ক্লী, the four places); স ত্রিনয়ন (পু. লি.), পালি ভি-নয়ন (the three eyes); পালি পনিচ-ৱৱন্ (ক্লী, five oxen)। অসমীয়াত পালিৰ দৰে ক্লীবলিঙ্গ হয়। কদাচিত পুল্লিঙ্গ বা সাধাৰণ লিঙ্গ হয়। যেনে, বাৰভূঞা (the twelve Bhuyans collectively)। ১। Macd. vedic Gramm,, $ 189. ২। Kachch. Pali, Gramm., 8 28,.