পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমাস ৪৫১ দিৰি-যােনি (having origin in heaven)। পালিত তেনে; যেনে, হিয়-হতো (হিলা হতো, that which has cut the hand=the hand- cutting); সম্পয়সসসস (সম্পানি সানি, where grain has abounded=the grain abounding); ধৰ-বিন্দু (water drops)। অসমীয়াতে তেনে। ৫১। নও সমাস (Privative Bahuvrihi or Negative possessives) নাই অর্থত ‘ন’ৰ পাচত সংজ্ঞা-শব্দৰ আৰু কদাচিত বিশেষণৰ যােগ হলে যি বহুব্রীহি সমাস হয় তাৰ নাম নঞ-সমাস। ন বা নাইৰ ঠাইত সাধাৰণত ‘অ’ বা ‘অনা’ উপসর্গ আদিতে যােগ হয়। যেনে, অনাহক (নাই হৰু যাৰ, that which has no claim=groundless, claimless); অখাজ (ন বা নহয় খাদ্য যি, that which is not eatable=prohibited food, said generally of fish); অনা-খােৱা (নাই যােৱা যাক, that whichhas notbeen washed=one who isnot bathed immediately after birth); অনাভুৱা (নাই ভুৱা যাৰ, one who has no mowledge=stupid, dull); অকামিলা (নহয় কামিলা যি, good for nothing=unsilful, worthless); নাটনি (নাই আটনি যাৰ that which is not sufficient=insufficient, deficit); ইত্যাদি। ৫১১। মুল (Derivation) বৈদিক যুগৰ পৰা এই সমাসৰ চলতি আছে। সচৰাচৰ অ, অন, নি উপসর্গ প্রথম পদ স্বৰূপে যােগ হয়। যেনে, অনপত্য (অ. বে. childless= childlessness); নিকিষি (deliverance from sin)। পালিত হয় । যেনে, নভিখু বা অভিখু (not a priest); নঅৰিয় বা অৰিয়াে (not an Aryan)। অসমীয়াতত তেনে। | ৫১২। দ্বিগু সমাস (Numeral possessive compounds): দুই বা তদূর্ধ্ব সংখ্যাবাচক শব্দ প্রথম পদ হলে আৰু সমষ্টি অর্থ বুজালে বহুব্রীহি সমাসক দ্বিগু সমাস (Numeral possessive or determinative compound) বােলা যায়। যেনে, সাতামপুৰুষ (সাতো পুৰুৰ যি, seven generations collectively); চালি (চাৰি আলি যত, crossing of ১। Kachch Pali Gramm, ৪ 286. 37