পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪২ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (ঋক্, shining from the sky)। অসমীয়া : যেনে, খেলৰ-আলগ (খেলৰ পৰা আলগ excluded from Khel)। বিৰল। পালিত হয়; যেনে, চোৰ-ভয়ন ( = চোৰম্মা ভয়=fear from a thief )। | (৩) যতৎপুরুষ সমাস: বৈদিক আৰু সংস্কৃতত উভয় পদে সাধারণত সংজ্ঞা-শব্দ হয়। যেনে, ৰাজ-পুত্র (অথ. বে. king's son); বিশ-পতি ( ঋক্, lord of the clan)। অসমীয়াতত তেনে। কেতিয়াবা অলুক সমাস হয় ; যেনে, জাস্পতিঃ (ঋক্, lord of a family); গ্লাস্পতি (ঋক্, husband of a divine woman); দিবাে-দাসঃ (ঋক, servant of heaven); শুনঃ-শেপঃ (ঋক্, dog's tail)। অসমীয়াত তেনে ; যেনে, কৃটৰ-ঘৰৰ কৃটি (a designer of family of roguish designers); বঢ়াৰ-পাে ( son of the বঢ়া : nickname of Madhav Dev); তেলৰ- ভাৰ (lit. a load of oil : Preliminary presents to a bride carried in procession with music); “নদীৰ হানা। পাইকৰ-খানা।” (the point of attack of a river and the holding of a service tenant ( are both uncertain). “গৰুচোৰৰ-গঙ্গাস্নান।” (the bathing of a cattle-lifter in the Ganges)। পালিতে তেনে ; যেনে, ৰাজ- পুৰিসস (=ৰধ্যো পুৰিসস = men of the king)। | (চ) সমীতৎপুরুষ সমাস : বৈদিক আৰু সংস্কৃতত শেষৰ পদটো সাধাৰণতঃ কৃদন্ত-সংজ্ঞা বা বিশেষণ হয়। যেনে, অহৰ-জাতঃ (অথ, বে, born in the day); উদ-প্লুত (অথ, বে, swimming in water); পুৰু- ভূ ( ঋক্, being in many places)। অসমীয়াত তেনে। অলুক সমাস ; যেনে ৰথে-ষ্ঠা ( ঋক্, standing on a car); গােযুযুধ, (ঋক্, fighting in kine)। অসমীয়াত হয়; যেনে, “পৰত-আশ। বনত-বাস।” (Hoping in others is like living in a jungle)। “পর্বতত-কাচ-কণী” (turtle- eggs in the mountain); তেলত-ভজা (fried in oil); ইত্যাদি। পালিতে তেনে। যেনে, সৰ-দুখন্ (=সৰে দুখ=misery in the world )।