পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমাস ৪৩৯ বৰণী-মাৰ মাহ (fish caugh with rod and line); জুইপােৰা (burnt by fre); বটালীকটা (cut with a chisel); হালচহা (tilled with plough); ইত্যাদি। “মাছে-গৰকা আঞ্জা খাবা। শাহ-গৰকা বােৱাৰী বাবা” , ইত্যাদি। (৩) তৎপুরুষ সমাস (Dative dependants): এই সমাগত উভয় পদে সংজ্ঞা-শব্দ হয়। যেনে, দীপ-কাঠী (দীপলৈ কাঠী (lit. stick for the light or lamp-match-stick); ডেকা-চাং (অর্থাৎ ডেকালৈ চাং (a chang or house for bachelors); হােম-খৰি (firewood for sacrificial fire); ভকত-সেৱা ( entertainment to the Bhakats ); গােপাল-ভােগ) গােপাললৈ ভােগ luncheon for the cowherds); শলা- কানি (rag for the wick); গােৰখীয়া-ভাৰ (a load of persents to the cowherd boys in a marriage procession); তামােল-গামচা (a long strip of cloth for caying areca-nuts etc. in a bundle for ready use); পিক-দান (a spittoon); পিঠা-গুৰি (pounded rice for maling cake); বিধান-ধান ( seed-paddy); গুৰু-ঘাত (the pening music or beating of drum in honour of the preceptor); গুৰিবঠা (oar for the helm); জল-ভীতি (hydrophobia); জালী- গত (an under-ground oven for boiling sugar-cane juice); টনি-জৰী (rope for a particular part of a loom); টাং-গুটি (a ball for a certain game); মহী-চুঙ্গা (ink-pot); পাৰ-ঘাট (a ferry); দলি-মাৰি বা বাৰি (a mallet); ইত্যাদি। (৪) পশীতৎপুরুষ সমাস ( Ablative dependants): এই সমাসত দ্বিতীয় পদটো সাধাৰণ বা কৃদন্ত সংজ্ঞা হয়। যেনে, পাতাল-গাজনি (পাতালৰ পৰা গানি , a rumbling under-ground sound); ভূই-খােৰা (ইৰ পৰা থােৰা, pestle, a large sprout from the ground): গটস (গহৰ পৰা সৰা, fallen off from the tree); পাতাল-ফুটা split or rent under-ground); কাণ-ৰাগৰা (কাণৰ পৰা বাগৰা, lit, rolled from one ear to another=hearsay); পানী-গছা (পানীৰ পৰা গছা, water spout); ইত্যাদি।