পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১৮ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব বােড় বিধ ৪৬৭। সা. লি পুলিঙ্গ স্ত্রীলিঙ্গ ক, কা, কি, ২। কিন্না, কীয়া, একীয়া সংজ্ঞা-শত এই প্রত্যয় যােগ হলে সম্বন্ধবাচক বিশেষণ ওলায়। কদাচিত সংজ্ঞা-শৰ সিদ্ধ হয়। প্রথম ধৰা হ্রস্ব আৰু দ্বিতীয় বৰা দীর্ঘ। প্ৰথম বৰা: যেনে, লাজুক (bashful), স্ত্রী, লাজুকী from লাজ (bashfulness); জোনাক, জোনাকী (moon-lit) from জোন (moon); মেলকি (member of a meeting) from মেল (a meeting or conference); ছেলে, ভেঙ্কা (dul foolish ), স্ত্রী, ভেলেকী, ভেকী from স ভেল (foolish); পেটেকা (dented) from পেট (belly); কথকি, কথকু (eloquent, garrulous) from কথা (speech); বাপেকী (paternal, ancestral) from বাপ (father), স. প্রঃ (but see বাপেকি, ৪ ৪৩০ ); বকী (eloquent : cf. বহু-বৰ্কী) from বােল (speech, word ); চহকী (cultivator, rich) from চহ (cultivation; cf. বৈ. চকৃষ, to plough); মাহেকী ( monthly) from মাহ (month); ভূমকি, ভূমুকি (lit. rising of the moon just above the horizon : light peeping) from স, ভৌম (being on the earth, light); গৰাকী (owner) from ঘৰ (a house); চানেকি (pattern) from চান (sign), স. সংজ্ঞা, প্রা. সা; দেউকি (a start from fear) from দেও (a ghost); ইত্যাদি। দ্বিতীয় ধৰা:-যেনে, মাহেকীয়া (monthly) from মাহ (a month); চানেকীয়া (looking like) from চান (a sign); পযেকীয়া (fortnightly) from প (a measure of time); পৰেকীয়া (lasting for a prahar) from পৰ (a measure of time); বছৰেকীয়া (annual) from বছৰ (a year); জলকীয়া (chili) from কলা (pungent taste); ইত্যাদি।