পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব সংজশত এই প্রত্যয় যােগ হলে সম্বন্ধবাচক সংজ্ঞা-শব্দ ওলায়। প্রথম ধবা: যেনে, গােল, গুৱাল (herdsman, milkmian ), স্ত্রী- গােৱালী, গােৱালিনী, গােৱালনী from গাে (cow); চকিয়াল (guards- man), শ্রী, চকিয়ালী from চকি (a picket or guard); মৈচাল, মৈহাল (a herdsman) from মহ, মৈহ (bufalo); কুঠীয়াল (keeper of a cottage) from কুঠী, স, কুটী (a cottage); ইত্যাদি। | দ্বিতীয় থৰা : যেনে, দুধালা (milkman ), স্ত্রী, দুধালী, from দুধ (milk); বােৱােলা (man of Bombay) from বােম্বে ; ৰুটীৱালা (baker) from টা (bread ); গাড়ীৱালা (owner of cart) from গাড়ী (a cart); পানীৱালা (water-carrier) from পানী (water); ইত্যাদি। কিছুমান ‘অলা’-প্রত্যয়ান্ত শব্দৰ অলা' প্রত্যয় বাস্তৱিকে ‘আল প্রত্যয় ( ৪৪৫); যেনে জটলা (tangled)। ৪৬৪। মুল (Derivation) ইয়াৰ মূল সম্ভৱতঃ সংস্কৃত ‘পাল (guardian, keeper); যেনে, সংস্কৃত গােপাল (herdsman)। তাত আর্থিক প্রত্যয় ‘ক’ যােগ হলে ‘পালক’ হয়। প্রাকৃতত ‘প’ৰ ঠাইত ব’ হয় (বৰ, ২০১৫)। অপভ্রংশতাে হয় (হেমচ, ৪৩৩৮)। যেনে, স. গােপয়তি, তাপ, গােৱই, অস, গােয় (whiles away)। প্রাকৃতত পাল, পালক শব্দৰ ঠাইত বাল, লয় ( =ৱালা) হয়। ব’ লােপ হলে অসমীয়াত আল’ হয় ; যেনে, স. গােপাল, গােপালক=প্রাকৃত, গােৱালে, গােলও=অ. গােল। পঞ্চদশ বিধ ৪৬৫। সা. লি. পুল্লি স্ত্রীলিঙ্গ অই অনী (নী, নী) | বই, ৰৈ (বৈ, নই) । | ২। আই | আলী অধ্যক্ষ বা সম্বন্ধ অর্থত সংজ্ঞা-শব্দৰ পাচত এই প্রত্যয় যােগ হয় আৰু সংজ্ঞা-শব্দ গঠিত কৰে। প্ৰথম বৰা হ্ৰ আৰু দ্বিতীয় ধৰা দীর্ঘ।