পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

০১০ অসমীয়া ব্যাকৰণ আৰু তাৰাত ৪৫৮। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত ‘ইক’=অ, ইয়, ইয়া+আর্থিক অব প্রত্যয়। উভয়ৰ মুল ওপৰত দিয়া হৈছে ($$ ৪৩৫৪৪৪)। দ্বাদশ বিব পুল্লি ৪৫৯। সা. লি. স্ত্রীলিঙ্গ অৰী, আৰী, আলু অলুনী, আত্মণী সংজ্ঞা-শব্দ বা বিশেষণত এই প্রত্যয় যােগ হলে সম্বন্ধবাচক সংজ্ঞা বা বিশেষণ হয়। উদাহৰণ: লঠৰু ( bald-headed man) from লঠা (baldness or bald); হোক (a smoker) from হোক (Hukka, an apparatus for smoking); বুদাৰু, বুদৰু (one born on a Wednesday) from বুধ (Wednesday); বাটলু (a concubine, an unchast woman) from বাট (a road ); দয়ালু (kind ) from দয়া (kindness); ইত্যাদি। ৪৬০। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত প্রত্যয় ‘আলু'। সংস্কৃত ‘মৎ' প্রত্যয় ঠাইত প্রাকৃতত ‘আলু প্রত্যয় হয় (হেমচ. ২১৫৯; বৰু, ৪১২৫)। এই প্রত্যয় বাস্তৱিকে সংস্কৃত ‘আলু। যেনে, স, মেহৎ =প্রা. নেহালু (affectionate); স. দয় বৎ, দয়ালু= প্রা. দয়ালু (kind ); স. ঈর্ষাৱৎ, = প্রা. ঈসালু (spiteful); স, নিদ্ৰাৱ, নিদ্রালু= প্রা. পিন্দালু (sleeping); স, লজ্জাৱৎ , সজ্জালু (bashful); ইত্যাদি। অসমীয়াত এই আলু প্রত্যয় ৰক্ষিত হৈছে। অসমীয়াত কেতিয়াবা স’ৰ ঠাইত ৰ' হয় ( ১৩১৫৫) আৰু ‘আ’ৰ ঠাইত ‘অ’ ($ ১২৬) হয়। এই দৰে আলুৰ ঠাইত ‘অলু, অৰু আৰু আৰু পােৱা যায়। আলু প্রত্যয় তৎসম শব্দত হে যােগ হয়। এই প্রত্যয় কৃৎ ‘আ’ প্রত্যয় ($ ৪১৫) নহয়।