পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১৩ তদ্ধিত স্ত্রী, লুধুমী; লুৰুমা (stunted) from লুৰা (?), স, লুংডিকা (a round mass or ball); লেজাম ( situated at the tail or foot) from লেজ, নেজ, স, লঞ্জ: (tail foot); ভৈয়াম (plains, level ground)= ভূই+ আম from ভূঁই, ভূমি. (land); ইত্যাদি। ৪৫৬। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত প্রত্যয় মৎ। প্রাকৃতত ই ‘মংত হয়। তাৰ ত’ ইৎ হলে ম' থাকে আৰু তাৰ আগত আর্থিক প্রত্যয় ক ( = অ ) আৰু কক (= অঅ =আ) যােগ হলে অম, ‘আম’ হয়। ‘আমি’-প্রত্যয় ‘ই’ স্বাধিক ($ ৪৩০)। আকৌ সংস্কৃত ‘মৎ’-প্রত্যয় প্রাকৃতত কেতিয়াবা ‘মণ হয় (হেমচ, ২১৫৯)। যেনে, প্রা. ধণমপাে=স, ধনৱান্ (possessed of wealth)। তাৰ ‘ণ’ লােপ হলে ‘ম’ থাকে আৰু তাৰ আগত স্বার্থিক ‘অ’ যােগ হলে অম হয়। যেনে, স, লুণ্ডিকামা (having a round mass) =প্রা. লুংড়িআমাে=লুংড়িমাণাে ( =পুড়িমাণ)=অ. লুকমাণ = লুকমা। প্রাকৃতত মপ্রত্যয় কেতিয়াবা ‘মা’ হয় (হেমচ, ২১৫৯); যেনে, হণুমা=স, হনুমান্ (well-known ape)। এই ‘মা’ৰ পৰা অসমীয়া এই প্রত্যয় আহিছে বুলি সহজে ভাবিব পাৰি। একাদশ বিধ । ৪৫৭। সা. লি. পুল্লিল স্ত্রীলিঙ্গ ১। ইয়াৰ ইয়াৰণ সংজ্ঞা-শব্দত এই প্রত্যয় যােগ কৰিলে সম্বন্ধবাচক সংজ্ঞা-শব্দ পােৱা যায়। কদাচিত বিশেষণ হয়। উ ৰণ: বাগিয়াৰ (artful person) from বাগি (excuse, pretence); ঘাসিয়াৰ (grass-cutter) from ঘাস, ঘাঁহ (grass); বন্দীয়াৰ (prisoner) from বন্দী (captive); ফন্দিয়াৰ, ফন্দীয়াৰ (crafty) from ফন্দী (design); মুচীয়াৰ (tanner) from মুচী (a cobbler, a tanner); হুচিয়াৰ (careful) from হুচ (conscious- ness); হাতিয়াৰ (implements) from হাত (hand); বাদিয়াৰ (accuser) from বাদ (accusation); ইত্যাদি।