পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ‘ৱৰ ঠাইত ‘অল আৰু তাৰ আগত স্বার্থিক প্রত্যয় ‘অ’ যােগ কৰিলে ‘আল’ হয়। এইদৰে বৎ’ৰ পৰা ‘আল ওলােৱা সম্ভৱ ( $$ ১৪৬ ১৫২ দেখা)। ৪৪৭। | ষষ্ঠ বিধ সা. লিঙ্গ পুলিঙ্গ স্ত্রীলিঙ্গ ১। অলীয়া অলীয়া আলীয়ানী ২। আলু অলুৱা অনুৱাৰী ৩। অৰীয়া অৰীয়া অৰীয়ানী ৪। অৰুৱা অৰুৱা অৰুৱানী এই প্রত্যয় যােগত সম্বন্ধবাচক বিশেষ্য বা বিশেষণ সিদ্ধ হয়। কিন্তু এই প্রত্যায়ান্ত শব্দ বিৰল । | প্ৰথম বৰা: যেনে, গাঁৱলীয়া (belonging to a village, a villager) from গাঁও (a village); গজলীয়া (youthful) from গাজ (a sprout); মিছলীয়া (liar) from মিছা (a lie); মতলীয়া (drunk) from স. মত্ত (intoxicated); মজলীয়া (middle, midling) from মাজ (middle); দীয়লীয়া (people of a Dia) from দীয়া (an ( island in a river); হাবিয়লীয়া ( wild, jungly) from হাবি ( a jungle); দোভাচলীয় (double-tongued) from দো-ভাষা ( double language); হাজলীয়া ( people of Hajo) from হাজো ( name of a village); বাথানলীয়া ( people of a Bathan) from বাথান ( site for keeping buffaloes ); খৰলীয়া (dry) from খৰ ( heat, dryness); ইত্যাদি। দ্বিতীয় ধৰা। এই প্রত্যয়যুক্ত শব্দ অতি বিৰল। যেনে, বজলুৱা (pertaining to, or born in, Bengal) from বঙ্গ (Bengal); কেঁচেলুৱা (half ripe) from কেঁচা (green, unripe); গেৰেলুৱা (pot- bellied) from গেঁৰ, স, গােণ্ড (a fleshy navel ); কেৰেলুৱা (a kind of worm) from কীট, বৈ, কুক (a species of worm), অথ. বে. II. 3l. 2 ); ইত্যাদি। তৃতীয় থ: যেনে, বনৰীয়া ( wild ) from বন (a jungle);