পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯ তঙ্কিত আৰু ল (হেমচ, ২১৭৩) হৈছে। যেনে, স. পুম্ (town ), প্রা. পুল্লিা ; স, হস্তকঃ (hand) প্রা. হত থুল্লা, অ. হাতাে (forepaw); স. এক (one) প্রা. একল্লো, অ. একল, অকল (single); স. মিশ্র (mixed)= প্রা. মীসলিম, মীম, অ, মিহলি ; স, দীর্ঘ (long) প্রা. দীঘঘ, দীহৰ, দীহ, অ. দীঘল; স. পত্রম্ (leaf) =প্রা. পত্তল, অ, পাতল ( light); স. অন্ধ (blind) = প্রা. অমলে, অ. অন্ধলা; ইত্যাদি। (১) ওপৰত লিখা অড় প্রত্যয় অপভ্র, প্রাকৃতত পুল্লিঙ্গে অড়ে আৰু স্ত্রীলিঙ্গত অড়ী হয় (হেমচ. ৪৪৩১)। যেনে, গােৰড়ী (a woman of fair complexion) from গােৰী, স. গৌৰী (হেমচ, ৪০৪৩১)। তাৰ লগত স্বাকি প্রত্যয় ক (=অ) যােগ কৰিলে পুল্লিত অড় আৰু স্ত্রীলিঙ্গত অড়িআ হয়। তাৰ পৰা অসমীয়া প্রত্যয় অৰ (সা. লি.), অৰা (পু) আৰু অৰী, অৰি (স্ত্রী.) হয় ; যেনে, বতৰা, বাত (news, tidings), বাতৰি, বাতৰী (স্ত্রী. from বাত (? word, welfare), স. বার্ত, প্রা. বত্তা, মা, প্রা. বাড়এ (পু), বাড়িআ (হেমচ. ২৩০ ), স. বার্তা (news); বাহৰ (camp, encampment) from বাহ, বাহা (house, temporary dwelling), প্রা. সিসা, অপভ্র ৱা হেমচ, ৪৪৩০), মা, প্রা. সড়, স, ৱাসঃ [ an abode; cf. স. বসতি = প্রা, বসই dwelling. (হেমচ, ১২১৪)]; লাহৰ (handsome পু), লাহৰি, লাহৰী ( lovely স্ত্রী.) from শাহ, প্রা. লাসও ( হেমচ, ২৯২), স, লাসক (dancing, sporting, a dancer ), লাসঃ (dancing as practised by woman); ইত্যাদি। | (২) প্রাকৃত অল্প প্রত্যয়ত আর্থিক অ (ক) যােগ কৰিলে মাগধী প্রাকৃতত অল্প এ (পু.) আৰু অল্লিকা (স্ত্রী.) হয় (হে. ২১৬৫)। তাৰ ল’ লােপ হলে অসমীয়াত অলা (পু) আৰু অলী, অলি (স্ত্রী.) হয়। এই কথা পাহৰিব নালাগে যে প্রাকৃতৰ দৰ ঠাইত মাগধী প্রাকৃত ‘ল হয় (হেমচ, ৪২৮৮)। এতেকে সেই নিয়মে অসমীয়া অৰ, অৰা আৰু অৰীৰ ঠাইত অল, অলা আৰু অলী হােৱাটো স্বাভাৱিক। কিন্তু এই প্রত্যয় বাৱিকে প্রাকৃত ‘অল্প’ৰ পৰাহে নামিছে; যেনে, আমলা, অলা (ignorant, simple, foolish), আলী (স্ত্রী). from , অলো . স. অ ( ignorant, হেমচ, ২৮৪); ৰঙা (red, crimson) from প্রা. বগগও (হেমচ, ২০১০,৮৯),