পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৭৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব। light, from , এল (to shine), cf. ৩. ঝড়ক, সিন্ধী ঝলক to shine); চালাক (cunning), চালাকি (cunningness), from চাল (to sift); লিখক, লেখক (writer, from লিখ, লেখ (to write); ৰমক (delightful), from ৰ (to be delighted); গণক (accountant, ashologer), from গণ (to count); ইত্যাদি। ৪২৮। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত কৃৎ ‘অক’ প্রত্যয়। প্রাকৃতত কেতিয়াবা ‘ক’ ৰক্ষিত হয় আৰু কেতিয়াবা দ্বিত্ব হয়। যেনে, স, নিঃশঙ্কঃ (fearles) =অপ, নিসঙ্কু (হে. ৪৩৯৬); স. পতাকা (banner)=অপ. পতাকা : স, পদাতিক (foot soldier) . পাইকো হে. (২০১৩৮); স, তুক (silent, taciturn)=প্রা. তুহিকো (হেমচ. ২৯৯); স. চপেটক ( slap)=অপভ্র, চড়ক (হে. ৪৪০৬); স. হৃদয়কে (in heart)=মা. প্রা. হড়কে (বৰ, ১১১১৬); ইত্যাদি। অসমীয়াতত সেইদৰে অক’ৰ ক ৰক্ষিত হৈছে। আঠাইশ আধ্যা তদ্ধিত (Secondary derivative suffixer) (ক) স্বাধিক প্রত্যয় (Inherent suffixe) ৪২৯। বাকি প্রত্যয় ( Redundant suffixes) সংস্কৃত শব্দৰ অন্ত্য স্বৰ প্ৰায়ে অ, ই, বা উ। ইয়াৰ ভিতৰত ইকাৰান্ত আৰু উকাৰা শৰ সংখ্যা কম আৰু সিবিলাকৰ ৰূপ কৰা কিছু প্রমসাধ্য। অকাৰাত শব্দৰ সংখ্যা সংস্কৃত বেচি আৰু সেইদেখি সকলােৰে পৰিচিত। এই কাৰণে প্রাকৃতত সকলাে শব্দকে অকাৰাস্ত কৰিবৰ এটা চেষ্টা হৈছিল আৰু ইকাৰান্ত আৰু উৰা শব্দৰ শেষত এটা ‘ক’ (অ) যােগ কৰা