পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৭৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব grant, refugee ), গনিয়াৰ (back-biter) from লগা (to back- bite); ইত্যাদি। | দ্বিতীয় বিধ : যেনে, মাগ, (to beg ), মাগনীয়া, মগনীয়া (beggar); বিলা (to distribute), বিলনীয়া (distributor); সঁচ, (to lay by), সঁচনীয়। (thing stored up or hoarded); বচ, (to select ), বাচনীয়া ( thing selected); চাপ (to live in another's house), চপনীয়া, চাপনীয়া (one living in another's house); ভাগ, (to migrate, to depart), ভগনীয়া, ভাগনীয়া (immigrant, refegee); খােজ, (to beg), খােজনীয়া (beggar); ইত্যাদি। ৪২৪। মুল (Derivation)। | এই প্রত্যয়ৰ মূল সস্কৃত কৃৎ অনীয় প্রত্যয়। সংস্কৃত অনীয় প্রত্যয় প্রাকৃতত অণীঅ (বৰ, ২০১৭, হেমচ, ১২৪৮) আৰু অণিঅ (হেমচ, ১১১০১, বৰ, ১১৮) আৰু অপভ্রংশত অণঅ, অণিঅ, অণিউ (হেমচ. ৪৪৪৩,৩৯৬, ৪৩৪) হয়। এই অণীঅ বা অণিঅ প্রত্যয়ৰ পাচত অপভ্রংশৰ স্বাৰ্থিক প্রত্যয় অ, অড় বা অড়অ (হেমচ, ৪৪২৯,৪৩০ ) যােগ কৰিলে অপভ্রংশত অণিঅ + অ =অণিআ আৰু অণিঅ+ অ =অণিআড় হয়। অসমীয়াত ‘অণিআ’ বা ‘অণীআ’ৰ ঠাইত অনীয়া আৰু অণিআড়’ৰ ঠাইত ‘অনিয়াৰ’ ( সন্ধিৰ নিয়ম $৭৫ দেখা হয়। যেনে, স. দর্শনীয় (fit for seeing ), প্রা. দমণীঅ, অপভ্র, দেখণিঅভ, দেখণিঅড়, দেখণিঅড়অ ; অসমীয়া দেখনীয়া, দেখনিয়াৰ। শেষৰ কালত অনীয় প্রত্যয়ে কর্মবাচ্যৰ ভাব পৰিত্যাগ কৰি কর্তৃবাচার অৰ্থ প্ৰকাশ কৰিছিল। অষ্টম বিধ পুল্লিঙ্গ স্ত্রীলিঙ্গ ৪২৫। সা. লি. ১। ইল, অল, ল ই, অভী ৩। ইলে, অলে ৪। ইলত, অলত