পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কং-প্রত্যয় ৩৭৩ ৪২২। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত কৃৎ অন’। প্রাকৃতত ই ‘অণ’ (বৰ, ৩৪২)। আৰু অপভ্রংশত ‘অণু হয় (cf. হে, ৩৩৭৩)। অসমীয়াত ই সাধাৰণ আৰু পুলিত অ আৰু আর্থিক প্রত্যয় অ (ক) যােত অনা হৈছে। অনি আৰু অনী প্রত্যয়=অন্+ী, ঈ। যেনে, স. মৃ ধাতু-মৰণম্ (death ), প্রা. মৰণ, অপ, মৰণু (হেমচ, ৩৩৭• ), অসমীয়া মৰণ। সেইদৰে, স, দৃশ, ধাতু (to see), দর্শন (act of seeing), প্রা. দমসণং (হেমচ, ১২৬), অসমীয়া দেখন, ইত্যাদি। অনি আৰু অনী বাস্তৱিকে স্ত্রীপ্রত্যয় হলেও অসমীয়াত কদাচিত হে ই স্ত্রীলিঙ্গৰ প্ৰাতিপাদক গঠিত কৰে। অনি’ প্রত্যয় বৈদিকতে স্ত্রীলিঙ্গ কর্ম-সজ্ঞা (active noun) বা ক্রিয়াকা ( agent noun) গঠিত কৰিবলৈ ব্যৱহৃত হৈছিল। যেনে, অৰণি (fire- stick ), চৰ্ষণি (active), বৰ্তনি (track ), ইত্যাদি। সপ্তম বিধ ৪২৩। সা. লিঙ্গ স্ত্রীলিঙ্গ ১। অনিয়াৰ অনিয়াৰ অনিয়াৰণী ২। অৰীয়া অনীয়া অনীয়ানী এই প্রত্যয়াে কর্ম-সংজ্ঞা (noun of action) আৰু ক্রিয়া-কর্তা (noun of agency) বা কৃদন্ত-সংজ্ঞা (verbal noun) গঠিত কৰিবৰ কাৰণে ব্যৱহৃত হয়। প্রথম বিধ দীর্ঘ আৰু দ্বিতীয় বিশ্ব হ্রস্ব। | প্রথম বিধ : যেনে, দেখ, (to see), দেখনিয়াৰ (good-looking man); মাগ, (to beg), মগনিয়াৰ (a beggar); নাচ (to dance), নাচনিয়াৰ (a dancer, পু) নাচনিয়ানী (a female dancer, স্ত্রী.); ফুটম (to detect, to discern), ফুটুমনিয়াৰ (a detective, a discerning man); বিল। (to distribute), বিলনিয়াৰ (a distributor); খাট (to serve), টনিয়াৰ (a service-tenant or servant); সাচ, (to save, to lay by ), আঁচনিয়াৰ (one who saves or hoards up money); ভাগ, (to depart, to migrate), ভগনিয়াৰ (an immi- | ১। Macd. vedic Gram. $ 18 (1).