আই=আ। ইলাক, ইলেক আদিৰ ‘ক’ আর্থিক। পু. অ, ইলন্ত বাস্তৱিকে ইল+অন্ত। অন্ত সংস্কৃত ‘অন্তি’ৰ ৰূপান্তৰ। বহুবচনৰ বিভক্তি একবচনৰ নিচিনা। ৩৭৪। অনঙ্গতনী বা অদূৰভূত Imperfect tense or second preterite) এই কাল সংস্কৃত লঙলকাৰৰ অনুৰূপ। প্রাকৃতিক সকলাে ভাষাতে ইয়াৰ চলতি আছে। তলত অসমীয়া আৰু ওচৰৰ প্ৰাকৃতিক ভাষাৰ বিভক্তি দিলাে। নির্দেশক ৰূপ (Indicative mood ) : পুৰুষ অসমীয়া পু, অসমীয়া হিন্দী বঙ্গালী উৰিয়া ১। ইছে (ছে) ইছছ, ইআছে, ইছি যে, যৌ, ইয়াছি, ইঅছি। ইছােহে, ইআছছাহে ইছ (ছ), ইছা ইছা, ইছাহা, | ঈশ, মৌ, ইয়াছ, ইঅছু (ছ), ইছাহ, ইআছা, ইআছাহা, আ ( ছাহ,) ইআছ, ইআছহ ইছে (ছে, ছি) ইছে, ইছি, ইআছয় ইস, যে ইয়াছে, ইছই | আ ইয়াছেন। উদাহৰণ: মই পঢ়িছো (1 read); মই দিছে (I gave); তই পঢ়িছ (Thou readest); তই দিছ ( Thou gavest); তুমি পঢ়িছ (You read); তুমি দিছা (You gave) তই পঢ়িছাহ (পঢ় ছাহ) (Thou readest); তই দিছাহ, (Thou gavest); সি পঢ়িছে (He read); সি দিছে ( He gave); সি দিছি ( He gave)। পু, অসমীয়া :- কৌৰৱক অপকাৰ কৰি আছছ আগে। সিকাৰণে দাদা নিদ্রা নাসিবাক লাগে , সৰ. আমাক লাগিয়া | আনি আছ৷ যিবা দিয়ােক সখি সন্দেশ-শঙ্কৰ আসি আছ তুমি স্বামী। মূর্তি দেখি বােলাে আমি শঙ্কৰ
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৩৭
অৱয়ব