পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰুষ ২। কাল বর্তমান অসমীয়া বিভক্তি উদাহৰণ যেনে, মই পঢ়ে। (I read)। এ বা আহ (তুর্থত) যেনে, তই পঢ় বা পঢ়াহ (Thou readest)। আ (মান্যার্থত) যেনে, তুমি পঢ়া (you read)। যেনে, সি পঢ়ে (he reads)। পুৰণি অসমীয়া ও, উ, ওহে অ, আ, অ, আহা। ১। ২। (রে, যে, ঐ, অন্তি ) উদাহৰণ :- শুন ভূতনাথ হৰ তুষ্ট হয়া দেওঁ বৰ হােক মায়া তােমাৰ অধীন।—শঙ্কৰ তাহাঙ্ক খােজন্তে আমি ফুক বনে বনে।-মা. ক. মুক্তিত নিস্পৃহ যিটো সসহি ভকতক নমাে সময়ী মাগােহে ভকতি।—মা. দে, আপুনি ঈশ্বৰ হুয়া। বােলাহা কৰিও দয়াশঙ্কৰ ত্রৈলােক্যৰ নাথ এড়ি তাপসিক চাস। পকা কন্টকিক এড়ি ডহা ফল খাস্।মা. ক, গুৰু নিশিখাইলে | হেন বিমঙ্গল বাণী বােল কোন মতে শঙ্কৰ হে অর্জুন! তুমি শােক অবিষয় বন্ধুসৱক শােক ক, তাত মঞি বাধা দিলেও পণ্ডিতসৱৰ বাদ কহা, তুমি পুনু পণ্ডিত নহা।—ভট্ট দে, বস্তু নিভিজয় কখানে থাকয় উঠন্তু পুৰু জল।—দৈত্যাৰি : কত মেলি হানে গাছ। কতত কোপে চাপে কামশঙ্কর