পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সর্বনাম একবচন। ২। কাক, কাহাক ৩। কাৰ, কাহাৰ বহুবচন কোনসক, কাহাৰসৱক কাথেৰ, ইত্যাদি ৩৩১। “কি শব্দ (স. কিম্ ? what, which) ক্লীবলিঙ্গ—সকলাে অর্থত বিভক্তি একবচন ১। কি, কিহে ২। হিক ৩। কিহেৰে, কিহেদি, কিহৰ বাৰা, ! বহুবচন নাই ইত্যাদি। পুৰণি অসমীয়া কি (স. কিম্ : what, which) ১। কিসে, কি, কি। ২। কিসক, কিক, কিস'। ৩। কিসে দিয়া, কিসে বাৰ, কিসে, । বহুবচন নাই ইত্যাদি। (৮) অনিশ্চিত সৰ্ব্বনাম ( Indefinite pronoun) ‘কোনাে’, ‘কিছু (any one any, some one) | ৩৩২। অনিশ্চিত সর্বনাম ‘কোনাে’দুটা আকৃতি—কোনাে (হস্থ, short) আৰু ‘কোনােবা’ (দীর্ঘ, long)। তলত ৰূপ দিয়া হল। কিন্তু একেলগে ৰূপ দিলেও কোনাে’ঠাইত কোনােবা বা তাৰ বিপৰীত হয়। ১। কাহাক কোনো মাৰিতে পায় | কাহাক বায় বুনি। —মা. ক, ২। কাঠেৰ এহেঁ বুলি কথা গুছিল। দৈত্যাৰি। ৩। হাহা বিধি আৱেশে কিসত কি লৈ। -মা. ক. ৩। কৃষ্ণ বিনে কি কৰে জীৱনে। -শ ৫। কি তােমাৰ লৈ হেন বুড়ি মাের। -মা, . ৬। শৰণ মাগয় তা নিদিবাহ কিক। —মা. ক, ৩। অগতৰে হৰি পৰ ঈশ। ই কর্মে তা কৰিৰেক কিল। -শঙ্ক