পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩২ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (৬) পৰস্পৰ সম্বন্ধবাচক সর্বনাম (Cor-relative pronoun) সেই শব্দ (স. অদম্ শব্দ : that) ৩২৯। ইয়াৰ ৰূপ ওপৰত দিয়া হৈছে ( ৩২৫)। সৌ’ শৰ ৰূপৰ পৰা বাদ দিলেই হব। (৭) এগৰাচক সর্বনাম (Interrogative pronoun) | ৩৩০। কোন শব্দ (স. কিম : who) | ত্ৰিলিঙ্গ বিভক্তি একবচন বহুবচন ১। কোন, কোনে, কুনি, কায় কোনবিলাক কোনবােৰ, কোনগিলা, কোনবিলাকে, কোনবােৰে, কোন গিলাই ২। কাক কোনবিলাকক, কোনবােক, কোনগিলাক ৩। কাৰে, কাৰ আৰ, কাদি, কোনৰিলাকেৰে, কোনবিলাকৰ ৰা, ইত্যাদি। কোনৰিলাকেদি, ইত্যাদি। অব্যৈ-কুনি, কায় আৰু গিলা নামনি আসামত হে চলে। তির্যক এৰচনত ‘কা আৰু ৰহৰচনত কোন’ হয়। বাস্তৱিকে পুংস্ত্রীলিত হে ওপৰত দিয়া কাপ খাটে। জীবলিত কোন শব্দক বিশেষণ কৰি ক্লীবলিদৰাচক সং শব্দটোৰ প কৰা হয়। যেনে, কোন গছ, কোন গছক, কোন গছেৰে, ইত্যাদি। বিলাক সমাৰ্থে আৰু ৰােৰ আৰু গিলা তুচ্ছার্থে ব্যৱহৃত হয়। ক্লীবলিঙ্গ প—“কি’ তলত দেখা। | পুৰণি অসমীয়া কোন শব্দ (উভয়লিঙ্গত) বিভক্তি একবচন বহুবচন ১। কোন, কোনেকুনি, কে কোনস, কাহাল, কোনমতে, কা, কাহালয়ে ১। তুমি অগ্রবল কোন এক মােত । — ন ২। লক্ষণ জীৱাৰ কোনে নাহা ঔষধ। -মা. ক, ৩। মাধৰে বােলত ৰানি বিহা কবিৰাক কুনি। পাৰে কষ্ট। মােৰ মােৰণৰ। ।ৈ ৪। কোনসৱ অতিশয় শ্রেষ্ঠ এক মােত । -, ৫