পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১১ সর্বনাম ৩১৬। পুৰণি অসমীয়া : তুমি মান্যার্থে—you) বিভক্তি একবচন ১। তুমি, তুমি, তােমােৰা, তােৰা, তােৰাস, তােহৰা, তােমাসৱ, তুমি বা তুমিসৱ, তুমিলােক', তােম, বহুবচন তােমারে তােমাক, তােহাঙ্ক, তােহ মাক তােমাসাক১০, তােহ,মাক, তােমাহা, তােক১১, তােৰাৱক, তুমিসৱক, তােমাসৱক, তােমাকে তুমি (য়ে), তােমাৰ। বাবা, তােমাক দিয়া। তােৰাই, তােৰাসৱে, তােমাসবে, তুমিসরে, তােমাসৱৰ দ্বাৰা, ইত্যাদি। তােমাক তােহমা মাগি তােমাসাক, তােমাসাক লাগি বা লাগিয়া, বা লাগিয়া ইত্যাদি। তােমাত হস্তে, তােমাৰ পৰা তােত হন্তে, তােৰাৰ পৰা, ইত্যাদি। ১। ভাত খাই উঠা ঝাতে তুমি আমি যাও।দৈ. ২। তােমােৰ। অনেক দিন আমাৰ খাইলাহা।—দৈ. ৩, ৬। তুমিসৱ মহাভাগৱত শ্রেষ্ঠতম। সমন্তে লােকৰ তােৰা পূজনী উত্তম ।-শ. ৪। যজ্ঞ কৰি তােৰাসৱ বৃদ্ধি হৱা।—ভ, দে. ৫। তােমাসৱ হৱ। আৱে সহায় আমাৰ।—শ. ৭। তথাপি তুমিলােক কৰিতে নৰিছে।—ভ, দে. ৮। তাহান্তো তােমৰা কৰা সংশয়।-শঙ্কৰ ৯। ভিন্ন বুদ্ধি প্রভু আমি নিচিনো তােক।—আ. ক. ১০। জেন তােমাসাক দয়া সম্পদে ৰাজাৰ।—মা. ক. ১১। বৃষ্টি বাৰে শস্যপূর্ণ কৰি তােৰাক বৃদ্ধি কৰাউক।—. দে, ১২। তাৰে কতােগুটি আগে দিলো তােমাঠেক।দৈ.