পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৮ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (খ) বালীঃ যুম শব্দ—তুচ্ছার্থে তুই (thou), সমার্থে তুমি (you) একবচন বহুবচন তুচ্ছার্থে মাঙ্গার্থে তুচ্ছার্থে মাধ্যার্থে ১। তুই তাে তােম ২। তােকে তােমাকে তােদে, তােমাদিগকে তােদিগকে ৩। তােৰ বাৰা তােমাৰ দ্বাৰা তােদেৰ বাৰা তােমাদিগে বা, ইত্যাদি। যুগ্ম শব্দ ৩১৫। পুৰণি অসমীয়া : তই, ত—িতুচ্ছার্থে (thou) একবচন বহুবচন ১। তঞি, তন্নি, তই, তয়, তএ। তােহােৰা, তুহন, তােসৱ, তােৰা ২। তােক, তাে, তােহােক তােহাক, তােহাৰু, তােসৱাক, তােমাসাক ৩। তােৰ দ্বাৰা, তােক দিয়া তােহান দ্বাৰা, তােবাৰ দ্বাৰা, তােমাসাক দিয়া ৪। তােক, তােক, তােহােক তােক, তােহাঙ্ক, তোসৱাক, তােমাসাক ৫। তােত হস্তে, তােৰ পৰা। তােহান হস্তে, তােসৱাৰ হস্তে, তােসৱাৰ পৰা ৬। তােৰ, তােহােৰ, তেৰি, তােহাৰ, তােথেৰ, তােসবা, তবু, তুৱা, তব। তােমাৰ ১০ তােহান, তুহান ৭। তােত, তােহােত তােহাত, তােসৱাত, তােমাসাত ১। হেনতে এদুৰ ত িক মশকর্ম। কালীক পূজিলে তােৰ হৈব কোন ধর্ম । —দুর্গাবৰ ২। ভাল স্ত্রী নহৈল তই তালৰ নােহ চার। দুর্গাবৰ ৩। তােহােৰা সে জানা সৱে আসুটি কুটি। —মা. ক. ৪। কিনে তােৰা অধােগামী। শঙ্কর। ৫, ৭। তােহােক নিঠু হেন বুলিতে নৱাৰি। —মা. ক. ৬। দিলাে তােমাসাক মই ইটো মহা দান। -মা. দে, ৮। ৰাৱণৰ বংশক তােহােৰ নাকি শঙ্কা। —মা. ক. ১। ব্যাপি আছে গতক তোঠেৰ সুখ্যাতি। -ম. ক. ১০। তােমাৰ সঙ্গে মােক কৰিলে নিল। মা দে, ১১। Uন মাতা জানকী তোহােত নাই কাম। —মা. ক.