পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব অহম (I, we কাচ্চা, $ ১২• ), সংস্কৃত ‘অস্ম’ আৰু বৈদিক ‘অস্মে’-ৰ পৰা আহিছে। তলত দিয়া ৰূপৰ পৰা এই কথা বুজিব পৰা যাব। অমূহইম বহুবচন বৈদিক সংস্কৃত পালি অপভ্রংশ অসমীয়া ১। বয়ম্ ম্ অহুমে অহে, অমূহ, অমহে, আমি। (ম্মে?)। অমূহইম্ (আমালােক) ২। অস্মন্ অম্মন্ অহ মে, অহে অমূহে, আমাক (ঋ ১৮১৬)। অহ মন্ জন্ম। অহমা (খ. ১০৪৫) ৩। অম্মাভিঃ অম্মাতিঃ অহমেহি অমহেহি অমহেহিম আমা-বে ৪। অস্মে অভ্যম অমাক -- আমাক (খ. ১১৪ ৭৬, ঝ. ১৯৩১২)। ৫। অম্মৎ অম্মৎ অহমেহি অহাহিংতে অহহম- আমাৰ-পৰা (ঋ. ১৪৭/৬) হােতউ আমাত হতে ৬। অম্মে অস্মাক। অহ মাকন্ অহ, অমৃহে, অহহম আমাৰ (ঋ. ১৭২১২)। অমহাে। ৭। অস্মে অম্মা অহমেস্ক অমূহ, অহ আমা-ত (ঋ. ১৬৫৭) মূহে বৈদিক অহম্ (I) টোৱে ইন্দু-এৰিয়ান “অস্মং”-ৰ ৰূপান্তৰ (cf. Zend azem, L. ego, Germ. ich)। ইয়াৰ পৰা বুজা যাব যে অসমীয়া ‘আমি’ পুৰণি অসমীয়া ‘আমহি’, ‘আমি’ বাস্তৱিকে প্রাক্-বৈদিক ‘অস্মে’, পালি ‘অহমে', প্রাকৃত ‘অমূহে’ৰ পৰা ওলাইছে ; কেৱল ‘এ’-ৰ ঠাইত ‘ই’ হৈছে আৰু ‘হ’ লােপ হৈছে। ই বাস্তৱিকে বৈদিক ৬ষ্ঠীৰ বহুবচন ‘অস্মে’ আৰু প্ৰাকৃত ষষ্ঠীৰ বহুবচন ‘অমৃহে’ৰ ৰূপান্তৰ আৰু বাস্তৱিকে তির্যক আকৃতি। পালি ‘অহমে’ যে প্রাক্-বৈদিক অমে’ৰ ৰূপান্তৰ তাত সংশয় নাই।। ১। কাচ্চা, $ ১২০। স. অম্মদ=পা. হ-এ. এম