পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০৭ সর্বনাম বুজুৱা শব্দ অসমীয়াত নাই। অসমীয়া সর্বনামবিলাক যদিও সংস্কৃতৰ পৰা নামিছে তথাপি সিবিলাকৰ মূল বিচাৰি উলিৱা টান আৰু নানাবিধ আকৃতি ভিন ভিন মূলৰ পৰা আহিছে। আন আন প্রাকৃতিক ভাষাৰ সৱনামমা সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেদি নামিছে। মূল বিচাৰি উলিয়াবৰ সুবিধাৰ কাৰণে তলত প্রাকৃত, হিন্দী, উৰিয়া আৰু বঙ্গালী সর্বনামৰ ৰূপ প্রকৃত ব্যক্তিবাচক সর্বনামৰ বিষয়ত দেখুৱা হল। প্রাকৃতত দ্বিবচন নাই আৰু ৪ৰ্থীৰ আকৃতি ষষ্ঠীৰ নিচিনা। | (১) ব্যক্তিবাচক সর্বনাম (Personal pronoun) ৩০২। প্রাকৃত : অস্ম শব্দ ( First personal pronoun) | ত্রিলিঙ্গ (হেমচন্দ্ৰৰ মতে)। বিভক্তি একবচন বহুবচন ১। মি, অমি, হং, অহং, অহং অমূহ, অমহে, অমৃহে, মম, বয়ং, তে ২। ণে, ণং, মিং মং, মমং, অমি, অমৃহে, অহহ, অহ, শে। অমহ, মহ, মিমং, অহং। ৩। মি, মে, মই, ম, মমং মম, এমহেহি, অমহাহি, আহ, এহে, মমাই, মই, সে ৪। মতো, মইতো, মমততা, মহত্তো, মমতে, মহাহিংতাে, মহিংতো, মত্তে। মামসুংততা, অমহত্তো, অমসুংতা, মমাংতে, মহেসুংতো। ৫। মে, মই, মম, মহং মক্স, মক্কং, ণে, শাে, অহ, অহাণং, অমূহহ, | অহ, অহং মহং, অমহে, মৰাণ, মহাণ, মত্মাণ ৬। মি, মই, মই মএ, মে, অহম্বি, | অহ, মম, মহ, মসু, মহা মহাম, মমন্মি, মত্মমি ৩০৩। অপভ্রংশ প্রাকৃত : অস্মন্ শব্দ (I) | ত্রিলিঙ্গ (হেমচন্দ্ৰৰ মতে) বিভক্তি। একবচন বহুবচন অমতে, হই অমহে, অহইম অমহেহিম হউম ৩।