পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পংচং অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব সংখ্যা সংস্কৃত প্রাকৃত হিন্দী অসমীয়া ২• (twenty) বিশ বীমা ব্রী বিটী বিহী (lit. | 20 dons). ৩ (three) ত্রিকা তিঅলং তি য়া তি য়া ৫ (five) পঞ্চক পা ছা, চোক আদিৰ মূল ওপৰত ($ ২৯৪ ) দেখা। পূৰণবাচক আৰু সমষ্টিবাচক সংখ্যাৰ প্ৰভেদ নাই বুলিলেও হয়। উদাহৰণ : ‘দুণা কৰি ষাঠি টকা তেখনে দিগন্ত।—দৈ.। তিয়া জ্বৰ, ইত্যাদি। একে আছছ দগ্ধ হই, দুনাই নাজালিবি জুই'। শঙ্কৰ | (৬) পৌনঃপুনিক সংখ্যাবাচক শব্দ (Reduplicatives) ২৯৬। সংখ্যাৰ পুনঃ পুনঃ উল্লেখ হােৱা অৰ্থত এই সংখ্যাবাচক শব্দৰ ব্যৱহাৰ হয়। ইয়াৰ মূল সংস্কৃত দ্বিধা, ত্রিধা ইত্যাদি শব্দৰ পাচত প্রাকৃতিক ভাষাত আর্থিক অৰ, প্রত্যয় যােগ হয়; যেনে, প্রাকৃত হিন্দী অসমীয়া ২ (double) বিধা দোহা, | দেহ দোহাৰ দোহা (হেমচ, ১৯৭)। দো ৩ (triple) ত্রিধা তেহা, তিহা হেৰা। তো ওজা-পালিৰ ‘দোহাৰা কথাও এই মূলৰ পৰা ওলাইছে। বাকী সংখ্যাৰ পাচত ‘বাৰ’ শব্দ যােগ কৰি পৌনঃপুনিক সংখ্যাবাচক শব্দ সিদ্ধ কৰা হয়। যেনে, তিনিবাৰ, চাৰিবাৰ, ইত্যাদি। উদাহৰণ : ‘এক দোৱা কৰি গৈয়া চাপিলেক কোল।'—মা. ক. দোৱাৰ্ডাৰ। কৈক যাবি নৰসিংহ কৰিবে। দোহাৰ। হে. সৰ, (৭) অনিশ্চিত সংখ্যাবাচক শব্দ (Indefinitives) ২৯৭। অনিশ্চিত সংখ্যা বা প্রায় এই অর্থ বুজাবৰ নিমিত্তে কেতিয়াবা সংখ্যাবাচক সংজ্ঞাৰ পাচত এক’ শব্দ যােগ কৰা হয়। শব্দ দুটা অসমীয়া সন্ধিৰ নিয়মে লগ লাগে (cf. $$ ৭২৬৫)। যেনে, চাৰেক বা চেৰেক = চাৰি + এক (about four, some). দ্বি + এক = দিয়েক; শৱেক বা শতেক =