১৫৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব প্রথম বিভক্তিৰ দুই ৰকম ৰূপ সম্ভৱ :-(১) অ, ই, উ আৰু (২) অই (=), ইই (=ঈ বা ই), উই। যেনে, ৰাম, মতা, মতি, লমী, শিশু, বধূ, পিতৃ, ডুবে, মৈ, গাৰ, মৌE অর্থাৎ হ্রস্ব বা দীর্ঘাকৃতি বা weak or strong form উভয়তে)। এনে ৰূপ সত্তা বা পতন অর্থত সাধাৰণত অকর্মক ধাতুৰ লগত ব্যৱহৃত হয়। আৰু (২) মে, পাই, কৃষ্ণে, কৃষ্ণই, মতাই, ময়ে, মতি বা মতি (য়ে ), লক্ষ্মী বা লক্ষ্মী (-য়ে), শিশুই বা শিশু (-বে), বধুই, বধূএ (-বে), পিতৃই, পিতৃ (মে-), ডুবে, ডুবেই, মৈএ (য়ে ), গাৰৰই (-বে), মৌএ (-ৱে) ইত্যাদি। এই ৰূপ সচৰাচৰ সকর্মক ক্ৰিয়াৰ লগত ব্যৱহৃত হয়। কান্দ, হাঁহ আদি কিছুমান অকর্মক ক্রিয়াৰ লগত ব্যবহৃত হয়। যেনে, বামে হাঁহে (Ram laughs)। (খ) অ, আ, ই, উ, এ আৰু ও-ৰ পাচত ‘ই’ আৰু ‘এ’ উভয় আকৃতি চলে। পুৰণি অসমীয়াত সচৰাচৰ ‘এ’ হে চলিছিল বা কোনাে চিন যােগ নহৈছিল। যেনে- কৃষ্ণক কল দিয়া ডৰি সত্ৰাজিত। আপােনাৰ কন্যা আনি দিল কৃষ্ণক।—শঙ্কৰ তুষ্ট হয় সূৰ্যে স্যমন্তক তা দিল। সত্রাজিতে মহামণি কণ্ঠত পিন্ধিলা-শঙ্কৰ যশােদা দেখে পুত্ৰ গৈলা ডৰি।—শঙ্ক যশােদা সুন্দৰী দেখ পাছে।—শঙ্কৰ। ৰশিয়ে চক্ষুক পীড়ে দেখে প্রজাঝাক।-শঙ্কৰ শুনিয়া হিৰণ্য কশিপু দুনাই শােধয় কথা পুত্ৰত।শৱৰ শৰীৰকো পীড়ে ব্যাধি চক্ষুৱে নাকলে।শঙ্ক | (গ) ইকাৰাত আৰু ঋকাৰান্ত শব্দৰ পাচত সাধাৰণতঃ ই নহয়; হােৱা উচিত নহয়। কিয়নাে মূলমতে (4$ ২৪২৪২) শব্দটো ইকাৰান্ত গুচি ঈকাৰান্ত হােৱা উচিত। অসমীয়াত কিন্তু সচৰাচৰ এই পৰিবর্তন নহয়। সেই দেখি ‘ই’ৰ ব্যৱহাৰ অনাৱশ্যক। সাধাৰণতঃ লক্ষ্মীই এনে ৰূপ নহয়; লমী বা লীএ এনে হয়। (ঘ) অকাৰান্ত শৰৰ অ' বিকল্পে পােপ হয়। যেনে, সিংহই বা সিংহে। কিন্তু বাঘই এনে ৰূপ নহয়, কিয়নাে ই ব্যঞ্জনান্ত শব্দ।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৮০
অৱয়ব