পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৬ অসমীয়া ব্যাকৰণ আৰু ভাষাভ মৌলিক ৰচন যৌগিক বহুবচন ৬। পুৰুষকৈকে পুষকৈ-কে পুরুষলােগনকৈ,কে,পুরুষ লেগকৈ,-কে পুৰুমে পুৰুষলােগমে, পুরুষলােগমে (গ) উড়িয়া: পুৰুষ (person) শব্দ। বহুৰচন পুমানে। পুরুষমান পুষ, বা কর্তৃক পুরুষমানা , বা কর্তৃক। পুকু পুষমান। পঠা পুরুষমানঠা। পুষমান। পুরুষাৰে পুৰুষমানঠাৰে। ২৩৯। ইয়াৰ পৰা দেখা যায় যে হিন্দীৰ (আৰু আন কিছুমান সংস্কৃতমূলক। ভাৰতীয় ভাষাৰ) প্রথমা আৰু দ্বিতীয়া বিভক্তিৰ একবচনত সংজ্ঞা-শব্দৰ কোনাে পৰিবর্তন ঘটে। প্রথমা আৰু দ্বিতীয়াৰ যৌগিক বহুবচনত আৰু তৃতীয়াৰ পৰা সপ্তমীলৈ একবচনত কিছুমান সংজ্ঞা-শব্দৰ অন্ত্যবৰ্ণৰ পৰিবর্তন ঘটে। সেইদৰে তৃতীয়াৰ পৰা সপ্তমীলৈ বহুবচনত সংজ্ঞা-শব্দৰ আন এককম পৰিবর্তন ঘটে। প্রথমা আৰু দ্বিতীয়াৰ বহুবচন আৰু তৃতীয়াৰ পৰা সপ্তমীলৈ একবচনৰ আকৃতি একে। এই আকৃতিক তির্যক একবচন আৰু তৃতীয়াৰ পৰা সপ্তমীলৈ বহুবচনৰ আকৃতিক তির্যক বহুবচন বােলে। এই কথা মনত ৰাখিব লাগে যে হিন্দী প্রথমা আৰু দ্বিতীয়াৰ সৰল বহুবচন তির্যক একবচন (অর্থাৎ তৃতীয়াৰপৰা সপ্তমীলৈ একবচনৰ আকৃতি) ভিন্ন আন একো নহয়। প্রাকৃতিক আন ভাষাৰৰ সেই একে কথা। এই নিয়ম পুৰণি অসমীয়া ভাষাতত টে। বর্তমান অসমীয়াত এই নিয়ম খাটে নে নাখাটে সংজ্ঞা- শৰ বিষয়ত তৎ ধৰিব নােৱাৰি; কিয়নাে বর্তমানত তির্যক একবচনত সংজ্ঞা- শব্দৰ কোনাে পৰিবর্তন ঘটে। কিন্তু সর্বনামত হলে বর্তমানতাে এই নিয়ম খাটে। উড়িয়াৰ দৰে অসমীয়াতত প্রথমাৰ বহুবচনত ‘এ’ হয়। কিন্তু উড়িয়াত এখৰ একবচনত কেতিয়াও ‘এ’ নহয়। অসমীয়াত কেতিয়াবা ও হয় আৰু কেতিয়াবা নহয়; যেনে, বামে দেখিছে, ৰাম আছে।