পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০১ ই ’ বা ‘’ হয়। যেনে, ককাৰ (the elder brother), ককাৰ, (thy elder brothers)। সেই দৰে ভাইয়া (brother-younge), বৌৱা (elder brothers wives ), পােৱা (sons ), পৈয়া ( husbands), ইত্যাদি। আদিতে ই বহুবচনৰ ভাব প্রকাশ কৰিছিল। বর্তমান সমার্থত একবচনত সাধাৰণত ব্যবহৃত হয়। | (গ) মাগধী প্রাকৃত ‘আই’ বিভক্তি বৈদিক আসা বিভক্তিৰ পৰা আহাও অসম্ভৱ নহয়। বৈদিকত বহু ঠাইত প্রথম বিভক্তিৰ বহুবচনত ‘আসা হয়। যেনে, বৈ. জনাসসা অগ্নিং দধিৰে (people worship Agni, ঋক-১/৩৬২)

স.-জনাঃ অগ্নিং দধিৰে; বৈ. পূর্বাসঃ (past sages. ঋক্ ১৩৫।১১)

স, পূৱা ; বৈ দেৱাস (learned people, ঋক্ ১২৬৮)-স, দেৱাঃ ; কথাসঃ (Kanvas, ঋক্ ১১১৪৫)=স. কথা ; বৈ. বিপ্রাসঃ (savants, ঋক্‌ ১১২২২২)=স. বিঃ ; ইত্যাদি। এই আস’ৰ পৰা মাগধী প্রাকৃতৰ মাজেদি অসমীয়া আহ ওলােৱাটা একেবাৰে অসম্ভৱ নহয়। ২৩৩। হঁত। কাত্যায়ন, বৰচি আৰু মার্কণ্ডেয় প্রাকৃত ব্যাকৰণ মতে ‘হিংতাে’ সুংতাে’ পঞ্চমীৰ বহুবচনৰ বিভক্তি ($ ২৩১ foot-note, কাত্যা, ৫৭, বৰক ৫৭)। হেমচন্দ্ৰৰ প্ৰাকৃত প্ৰচাৰৰ পৰা জানা যায় যে পৰৱৰ্তী কালত ‘হিংতাে’ বিভক্তি একবচনত ব্যৱহৃত হৈছিল। অপভ্রংশ প্রাকৃতত এই বিভক্তি উভয় বচনতে ‘হােংতও’ বা ‘হােত হয়। যেনে, প্রা. কহা হােতও আগদো=স, কুতঃ ১ ‘ভ্যশসা হিংততা মুংতাে।—কাত্যা ৩৭ (প্রা. আবােৰণা গহিংতো, অবােৰণা গত্যে ; এ. মেহাংতত গণ পলাশ, মেয়েতো গানি পয়াংসি।)। ২ সেন্তোদোছহিহিংতােক।—হে, ৩৮ (যেনে, এ. জাহিংতােস, বাৎ; মূলাহিংতত পৰহক পলাশ, মূলাৎ এভৃতি পৰভৃতৱধুমূত্রাং এল, হে, ৩৯; যেনে বৃক্ষেভ্যঃ-এ. জাহিংত, হাহিংগা, জাংতো, জােংতো)। | ৩ ‘সৱাদেশেহাম্', হে, ৪৩৫৫; (যেনে, প্রা. হা হােতও আগলে তাে ভৱান গতঃ)। ‘সিঙ্গত্যা উত্মতুগ্রাঃ। হে, ৪৩৭২ (যেনে, এ, ই হংভট গলে) “ভ্যসাস্যা অহম'। হে, ৪১৭৩ (যেনে, অহহহভউ আগলে , তা ৩ আগতঃ ) ‘স ম সিঙ্গত্যা, হে ৩৭৯ (যেনে, মহােভউ গঙ্গো, ম, ভবান গত)। অখ ত্যাভ্যা', , ০৮।