১৩১ ‘তেহে প্রশংসন্তো পাছে তােহোকে বা মােকে। মা, ক.। পুৰণি অসমীয়াত হোঁ, হু বহুবচনতত ব্যৱহৃত হৈছিল। যেনে, দুই (both ), কতােহে (some)। কততহে ৰাক্ষস দুৱাৰ আৰত | বাৰৰ মুঠাত ধৰি। মা, ক.। কততহে দূৰত দুয়াে ভৈলা ভূমি পাৱ। মা. ক.। প্রাকৃতিক বহুত ভাষাত হুম’ বিভক্তি ৰূপান্তৰিত হৈ চলিত আছে। সিবিলাক ভাষাত ‘হু’ৰ হ' লােপ হৈছে আৰু লব্ধপ্রত্যয় বহুবচনৰ তির্যক চিন ( oblique plural termination) স্বৰূপে তিষ্ঠিছে। জন বিচে হিন্দীত অতি পুৰণি তির্যক বহুবচনৰ চিন চাদৰ ‘আনং’ (প্রা. আণ) বুলি ধৰিছে আৰু ই ‘আণৰ পৰা অপভ্রংশ হুম’ বিভক্তিৰ মাজেদি আহি হিন্দীত সােমাওঁতে ও, ও, আঁ আকৃতি ধাৰণ কৰিছে বুলি ভাবে। কিন্তু এই তিনি বিভক্তি সংস্কৃত ‘আনি’-ৰ ৰূপান্তৰ হােৱাও অসম্ভৱ নহয়। ইয়াতে এটা কথা কোৱা উচিত। সংস্কৃত ‘স্য’ ৰূপান্তৰিত হৈ সস, সু, হে আৰু সমু হােৱাটো সহজে বুজা যায়। কিন্তু সংস্কৃত ‘আম্ (বা নাম্)ৰ পৰা কেনেকৈ হম্ , হুম বা আঁহ হয় তা সহজে বুজা নাযায়। সংস্কৃত তাসা, যা আদি ৰূপৰ অনুৰূপ হয়; যেনে, বালাসৱ। হেমচন্দ্ৰৰে সেই মত,-“প্রিয়া অসশসােকদোৎ”। হেমচ, ৪৩৪৮। যেনে, অপ-তাণ গণংতি অলিউ এৰিাউ নহেণ। স.-তেষাং গণয়ন্তা অল্যে পৰিতা নখেন। (চ) “ইং নপুংসকে দীর্ঘা বা। নপুংসকে জশ শসােৰ, ইং স্যাৎ। আগীর্যো ব। বণাইং, বণইং; মুহুইং, মুহইং,।” ক্লীবলিত কর্তা আৰু কৰ্মৰ বহুবচনত অকাৰান্ত শব্দৰ পাচত ইং হয় আৰু আগৰ ঘৰ কেতিয়াৰ দীর্ঘ হয়। যেনে, বনস, মধুসৱ। হেমচন্দ্ৰৰো সেই মতীৱে অসশসােম্'ি । হেমচ, ৪৩৫৩। যেনে, অপ-কমলই মেরি অলিউলইম কৰিগংভাই মহংতি। স.-কমলানি মুক্তা অলিকুলানি কৰিগণ্ডা কান্তি। মার্কণ্ডেয়ৰ মতে ওপৰৰ বিভক্তি কেইটা কর্তা আৰু মত ব্যবহৃত হয়। তাৰ ভিতৰত হে আৰু হে যৰ বিভক্তি আৰু ‘ও’, ‘উ' যষ্ঠ বিভক্তি হাে’ আৰু দুৰ পাতৰ বুলি বিশ্বাস হয়। ১ ১০০. Kologg's Hindi Grammar, 1 io2.
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৬৫
অৱয়ব