১৩১ সােমােৱা আৰু ৰতি হােৱা কথাটো অসম্ভৱ যেন লাগে। উছ বিলকুল আৰু গাৰৰ (বিশেষণ) ফিক (=al) শৰৰ পৰাও বিলাক শব্দ ওলােৱা নাই যেন লাগে; কিনাে বিলকুল আৰু ফিলা’ শব্দ আন শব্দ পূর্বত থাকি পৰবৰ্তী শৰৰ বাচ্য মাত্রকে বুজায়, কিন্তু অসমীয়া বিলাক-প্রত্যয় হলে শব্দৰ পাচত বহিছে ভজাতীয় বুজায়। গতিকে উক্ত দুই শব্দ লগত ইয়াৰ এভেদ আছে। বিলাক শব্দ মিচমী-কা-া (=all) শৰ পৰা ওলােৱাটোৱে বেছি সৱ। কা-া (মিতু) মিচমী ভাষাৰ বহুবচনৰ প্রত্যয় বা চিন। এনে অনুমান কৰিব পাৰি যে গাৰ ফিক আৰু মিচমী কা-জাক একে শ। গাৰৰ আৰু মিচমী উভয়ে তিব্বতীয়া সতি আৰু আদিতে উভয় ভাষা একে আছিল বুলি ধৰাত একো বাধা নাই। এতেকে গাৰৰ ‘ ফিক আৰু মিচমী কা-াক’ অসমীয়া বিলাক প্রত্যয়ৰ মূল বুলি ভাবিব পাৰি। | (৩) বােৰ । কোনাে কোনােৱে এই প্রত্যয় সংস্কৃত ভূৰিৰ বিকৃতি বুলি ভাবে। কিন্তু এই অনুমান ঠিক নহয়। ভূৰি আৰু পুৰু বা পুৰ ( = al) বৈদিক যুগতে সংজ্ঞা শব্দৰূপে ব্যৱহৃত হৈছিল সঁচা; কিন্তু বহুবচন প্রত্যয়ৰূপে কেতিয়াও তাৰ ব্যৱহাৰ হােৱা নাছিল। যেনে, বৈদিক পুণাং বিণং (hosts of subjects); পুকব (home of al); পুৰুস্থত (invoked by all); কৃতঃ পুঃ (leads all); পু ত (praised by all); পুকপ্রিয় dear to all); পূৱ সচন্তে (people serve); পুনীথে (carrying multitude); ভূৰি গাৱ (many cattle); ভূয়ঃ কত (many actions); ভূৰেীশান (lord of multitude)। সংস্কৃত আৰু বৈদিত ভূৰি শৰ আন শব্দৰ আগত বিশেৰণ স্বৰূপে ব্যৱহৃত হৈ বহুত বুজায়। সংস্কৃতৰে গণ, নিক, সমূহ প্রভৃতি শব্দ হলে বিশেষপে শৰ পাচত বহি পূর্ববর্তী শক বহুবচনৰাচ্য কৰে। ভূৰি শব্দৰ পৰা বােৰ হােৱা হলে ই শৰৰ পাচত বহি বহুবােধ নহত হয়। আমি অনুমান কৰিছে ভূৰি শৰ পৰা বােৰ ওলােৱা নাই। পুৰণি অসমীয়াতে ইয়াৰ সমূলি এখন নালি। আমাৰ মতে বােৰ শ ৰী ফুৰ প্ৰত্যয়ৰ পৰা ওলাইছে। ফুৰ শব্দটো ১১০০ Gonon Linguistic Survey of India, vol. I, Part 1
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৫৭
অৱয়ব