পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ-বিকৃতিৰ সাধাৰণ নিয়ম। ৭৩ ১৩৪; হে, ১১৪৮); পুছন wiping away, wiping out, effacing, স, প্রােংছনং; পুঠী a kind of small glittering fish, স. প্রােষ্ট ; গুই a kind of lizard, স, গােধিকা; খৰি firewood, fuel, বৈ. আখৰেষ্ঠ (শত, ব্রা, ১১২৬১), স. খৰ (hot); ভই one of the three myrobalans, প্ৰ, বহেড়ও (হেমচ, ১৮৮), স, বিভীতক; ঘুড়ী a mare, প্রা. ঘােড়িআ, স, ঘােটিকা, ঘােটা ; চুৰীয়া, চুৰিয়া male waist-cloth, প্রা. চোড়িআ, স, চোটকা a petticoat; যুৱান young, grown up, প্রা. জোৱণম্ [$ ৯১।(ক)]; গাখীৰ milk, স, গােফীৰং cows milk; লােভ covetousness, greed; লুভীয়া covetous, greedy, স, লুব্ধ, লােভিন্; পখলি mortar of a Dhenki, তা. পােখিলি (nave, hollow); ইত্যাদি। প্রাকৃততত হয়—যেনে, দিঅ husband's younger brother, স, দেৱৰ, অ, দেৱৰ, দেওৰ (ব. ১।৩৩); কিস filament of a lower, স, কেসৰং, অ, কেসৰ (হেমচ, ০১৪৬); মূসাসাে good government, স. সচ্ছাসন, অ. সুশাসন (হেমচ, ১১৫৭); গউ cow, স, গাে, অ, গৰু (ৰু স্বাৰ্থিক প্রত্যয়) (হেমচ, ১১৫৮); ইত্যাদি। পালিত হয়—যেনে, পা. উস, স. উৎক্রোশ, অস—উকহ (an eagle); পা, হুত্তন, স, হােত্র (sacrifice; কাচ্চা, $ ২৫৮); পা. মহিন্তো, স. মহেন্দ্র (Indra)। ১৩৫। কেতিয়াবা হ্রস্ব স্বৰ দীর্ঘ আৰু দীর্ঘ স্বৰ হ্রস্ব হয়। যেনে, ঘুড়ী a mare, প্রা. ঘােড়িআ, স, ঘটিকা ; ঋদ্ধি, ৰিদি growth, প্রা. ইডঢ়ী, স, ঋদ্ধি (হেমচ, ১১১২৮); বাৰী garden, প্রা. বাড়িআ (ব. ২২০), স, বাটিকা; বৃত্তি, বিত্তি function, প্রা. বিত্তী (হে. ১১১২৮), স. বৃত্তি ; উজু easy, প্রা. উজ্জ ($ ১৩৩); গধুৰ, গধীৰ heavy, প্রা. গহীম্ (হেমচ, ১১•১), স. গম্ভীৰ, গভীৰ; মিহলি, মিহলীয়া mixed, প্রা. মীলিম (হে. ২১৭০), স. মিশ্র, বৈ. মিশ্লা; কাহী bel-metal plate, এ. কসিও (হে, ১৭০), স, কাংসিক; কলা black, , কালও, কলও (হে. ১৬৭), স, কালক; বিয়লি afternoon, প্রা. বিআলি (হে. ৪৩৭৭), বিকালি; ইত্যাদি। ১। . ১৩। হে, ১১৪, ১৫৭।