পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ-বিকৃতিৰ সাধাৰণ নিয়ম (খ) শেৰ বনৰ পৰিবর্তন (Change of Final Consonant) ১২১। ব্যন বর্ণ :-ক) পদান্ত ব্যঞ্জন বর্ণ কেতিয়াবা শােপ হয়। যেনে, পানে sandal or shoe, স, উপানহ; মােলনি fibre and root of lotus, বৈ, মুলালিন্ name of some part of an edible lotus (অথবে, ৪৩৪৫), প্রা, মুণাল (হেমচ, ১১৩১), স, মৃণালং; পেচ decoration of the body, বৈ. পেশ ( ৪৩৬৭), স, পেশঃ ; ইত্যাদি। (খ) মূল প্রাকৃতভাে অন্ত্য হল লােপ হৈছিল । যেনে, সৰ a lake, স. সস্; পচ্ছ back, স. পশ্চাৎ; মৰু wind, স. মৰুৎ , চন্দমাে moon, স, চম; ইঈ name of Ravana's son, স, ইন্দ্রজিৎ, ইত্যাদি। | (গ) শেষ ব্যঞ্জনৰ বিকৃতি পদমধ্যবর্তী ব্যঞ্জনৰ লগত দিয়া যাব। (গ) পৰমখ্যৱৰ্তী কাৰৰ পৰিবর্তন (Change of medial sound) (অ) এক স্বৰ (single vowels) ১২২। অ’ৰ ঠাইত ‘আ’ হয়। যেনে, সাদ্ধা strong desire, প্রা, সড়ঢ (হেমচ, ২০৪১), স, শ্রদ্ধা ; পাথৰ rock. প্রা. পথৰ (হেমচ, ২৪৫), স, প্রস্ত; বাকলি, বাকল bark, বৈ. কল (ত, ব্রা, ৩৭৪২), প্রা. বল (হেমচ, ২৭৯), অপভ্রকলু (হেম. ৪৩৪১), স, বল ; পাকৰি waveleaved fig free, প্রা. পড়ি, স, পর্কটি ; অপচা a bad worke, স, অপচঃ (lit. a bad cook; a term of abuse); খুৰা the foot of a bedstead, স. খুৰঃ (a hoof; the foot of a bedstead); কটাৰী, কাটাৰী knife, প্রা. কত্তৰী (হেম. ২৩০), স, কঙৰী; লাভ, excrement, urdure, স, লংডং; শহা hare, স, শশ; হালধি turmeric, প্রা. হলিন্দা (বৰ ২৩৩), স, হৰিা ; ভলা, ডালা ও lat basket, প্রা. উন্ন ; অ, স, ডক, ডলক; চোলা a bodice, প্রা, চেলও, চোলাে, স, ঢোলক, ঢোল ( ৬); ইত্যাদি। ১। হল। বৰক ১৬।