পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ১৬), স, বধুকা; চৰাই bird, প্রা. চড়ইআ, স, চটকি ; মাহী mother's sister, প্ৰা, মাউসিআ, স, মাতৃত্বকা; দুড়ী (ঘােড়ী) mare, , ঘােড়ি, স, ঘটিকা; মাটি earth, প্রা. মটিআ, স, মৃত্তিকা; ইত্যাদি। ১১৮। প্রাকৃত পুলিঙ্গ শব্দৰ অন্তস্থিত ইএ, ইও বা উ, উওৰ ঠাইত প্রায়ে অসমীয়াত ঈ বা উ হয়; কেতিয়াবা ইয়া বা উৱা, উৱে বা উৱৈ হয়। যেনে, হালােৱা, হালুৱে বা হালুৱৈ ploughman, প্রা. হলিও, হালিএ, হালিও, স, হালিক (হেমচ, ১৬৭); কুচি (যেনে, শাণকুচি) an inhabited country, প্রা. কুসিও, স, কুসিত; তেলী, তেলীয়া allman, মা, এ, তেল্লি, অপ, তেল্লিই, স, তৈলিক; লাডু, লাৰু a ball of sweetmeat, মা. . লড়, প্রা. লও, স, লঙ্ক; মালী gardener, মা, প্রা. মালি, শৌৰ. প্রা. মালিও, স. মালিক; ইত্যাদি। কেতিয়াবা আকাৰ হয়। যেনে, বিছা, hairy caterpillar, প্রা. ৰিও, বিচুও, বিচিও, স. বৃশ্চিকঃ {$ ৯১। (ক)}.; ইত্যাদি। • | ১১৯। প্রাকৃত ক্লীবলিঙ্গ শব্দৰ অন্তত থকা অঅং, ইঅং আৰু উঅং অসমীয়াত প্রায়ে আ, ই বা ঈ আৰু উ বা উ হয়। যেনে, পানী water, প্রা. পাণিঅং, স, পানীয়ং; সােণ, সােণা gold, প্রা. সুৱঅং, সােয়াঅং (হেমচ, ১২৬), স. সুবর্ণকম; আলু potato, প্রা. আলুঅং, স. আলুক; চুৰি theft, প্রা, চোৰিঅং, স. চৌৰ্য্যং (হেমচ ১৩৫); ইত্যাদি। কেতিয়াবা ইঅংৰ ঠাইত ইয়া হয়। যেনে, চিয়া a memorial land-mark, প্রা. চেইঅং (হেমচ, ১১৫১), স. চৈত্যং; ইত্যাদি। ১২০। প্রাকৃতৰ পদাৰ ও সাধাৰণত অস্পষ্ট ‘অ' হয় ( $$১১১১১১৫) আৰু কেতিয়াবা অ বা না হয়। যেনে, উছৱ festival এ, উচ্ছও, উসও (হেমচ, ২২২), স, উৎসৱ; উছাহ, উহ effort, প্রা. উচ্ছাহে (হেমচ, ২২১), স. উৎসাহঃ; বুঢ়া old man, প্রা, বুড টো [৪ ৯১। (ক)]. ওজা preceptor, এ ওবাও, উবও (হেমচ ১৭৩), স, উপাধ্যায় ; দুৱৰী, দুৱাৰী door-keeper, প্রা. হৱাৰিও, স. দৌৱাৰিক; ভিন্ pregnant প্রা. গতিনী (হেমচ, ২০২০৮), স. গনি, গভিতঃ; গাভিনী pregnant, , গভিী, স, গর্ভিণী ; ঢিলা slack এ. সিটীলাে, সিচিলাে (হেমচ, ২২১৫, স, শিথিলঃ ; আপােন own sel, অল্পণে (হেমচ, ২৫১) আগ; ইত্যাদি।