পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চাৰ | ১৫ প্রচলিত আছে বুলি কলেও অত্যুক্তি নহয়। আমি ‘অ’, ‘ও, আৰু ‘এ’ৰ উচ্চাৰণ দুই তিনি কমে কৰে। যেনে-খৰ, চেঁচ, কে কেনা (তুৰ), লৰি, ল’ৰা, ওনাে, এটা (দীর্ব)। স্বৰৰ দৰে ব্যঞ্জন বর্ণৰ উচ্চাৰণ লৰচৰ হােৱা দেখা যায়। কিন্তু অসমীয়া বর্ণমালাত আমাৰ মাত লিপিবদ্ধ কৰিবলৈ সকলো ৰকমৰ আখৰ আছে। কোৱা বাহুল্য যে বহু বর্ণমালাত অসমীয়া , স আৰু যৰ উচ্চাৰণ বুজুৱা আখৰ নাই। | ২১। শাবিজ্ঞান মতে বৰবৰ্ণৰ উচ্চাৰণ (Accoustics of vowels) —স্বৰবৰ্ণৰ উচ্চাৰণ নানাবিধ ($১৬,২•) হলেও সকলে ভাষাতে পণ্ডিতসকলে প্রাদেশিক উচ্চাৰণৰ নিমিত্তে অলপ স্থান ৰাখি কিছুমান আদর্শ স্বৰবৰ্ণ ঠিক কৰি লৈছে। অসমীয়া ভাষাতত সেইদৰে ওপৰত কোৱা ($ ৬) স্বৰবৰ্ণ কেইটাহে প্রচলিত আছে। প্রাদেশিক উচ্চাৰণৰ হেচপেচৰ নিমিত্তে স্বৰৰ উচ্চতা (pitch) লৰচৰ হােৱা দেখা নাযায়। সকলাে মানুহে একেটা শব্দ উচ্চাৰণ কৰোঁতে জিভ, তানু আদি বাগ যন্ত্ৰৰ অংশবিলাক একে স্থানত বা একেভাবে নাৰাখে। দুজন মানুহৰ মুখ-গহ্বৰ বা শব্দ-বর্ধক চুঙা (resonance cavity) ঠিক একে ৰকম কেতিয়াও হব নােৱাৰে। প্রতি মানুহৰ শব্দ-বর্ধক গহবৰ অলপ নহয় অলপ সৰ হই হব। কিন্তু মুখ-গহবৰ ভিন মানুহৰ ভিন কম হলেও সাধাৰণ আকৃতি প্রায় সকলােৰে একে থাকে আৰু সেই দেখি উচ্চাৰণাে প্রায় একে ৰকম হয়। হেলমহােজ নামে বৈজ্ঞানিক পণ্ডিতে প্রধান স্বৰ কেইটাৰ উচ্চাৰণ তলত লিখা দৰে নির্দেশ কৰিছে- ‘আ’ (যেনে—মাত, মালা)-ৰ পৰা স্বৰবিলাক ওপৰত কোৱা তিনি ভাগত বিভক্ত হৈ ওলাইছে। ইংৰাজী father শব্দৰ অটোৰ উচ্চাৰণ ঠিক ‘আ’ৰ দৰে। এই তিনি ভাগ ঘৰৰ আদি স্থান ‘আ’কে ধৰিব পাৰি। ইহঁতৰ উচ্চাৰণৰ উদাহৰণ আৰু সংক্ষেপ বিৱৰণ তলত দিয়া হ'ল। ১। Helmhola-sensation of Tones,