পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


অসমীয়া আদি পাঠ।

৩ পাঠ।

অবুজনক বুজোৱা, ঢেৰুৱাৰ ঠাৰি সিজোৱা। এতেকে মূখৰ লগত তর্ক কৰাৰ সকাম নাই। দুজন মানুহে গর্হিত কাম কৰি বিমর্ষ নহয়। কাৰণ, সি দুর্ণাম বা দুৰ্যশলৈ ভয় নকৰে। | সৰ্পক আমি সাপ বােলাে। সৰ্পৰ হাত ভৰি নাই। সি বুকুত ভৰ দি চলে।


| ল ফলা। ল = ক্. ক্ল শুক্ল, ল্ ল্ল প্রফুল্ল, গ্- গ্ল গ্লানি, শ্ শ্লা শ্লাঘা, প্ প্ল বিপ্লব, হ হ্ল আহ্লাদ, ম -ম্ল অম্লান।

       | ৪ পাঠ।

অবাবত কাকো ক্লেশ নিদিবা । পৰৰ গ্লানিত কাণ নেপাতিবা। মনক সদায়