এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
অসমীয়া আদি পাঠ
ম | প | ৰ | ম্প্ৰ | সম্প্ৰদান, সম্প্ৰতি । |
ম্ | ভ | ৰ | ম্ভ্ৰ | সম্ভ্ৰম । |
ৰ্ | চ্ | চ | ৰ্চ্চ | চৰ্চ্চা, অৰ্চ্চনা । |
ৰ্ | চ্ | ছ | ৰ্চ্ছ | মূৰ্চ্ছা, মূৰ্চ্ছিত । |
ৰ্ | জ | জ | ৰ্জ্জ | গৰ্জ্জন, বিসৰ্জ্জন । |
ৰ্ | ত্ | ত | ৰ্ত্ত | গৰ্ত্ত, কৰ্ত্তা । |
ৰ্ | দ্ | দ | ৰ্দ্দ | কৰ্দ্দৈ, গৰ্দ্দভ । |
ৰ্ | দ্ | ধ | ৰ্দ্ধ | তিলাৰ্দ্ধ, বৰ্দ্ধন । |
ৰ্ | ম্ | ম | ৰ্ম্ম | কৰ্ম্ম, ধাৰ্ম্মিক । |
ব্ | য্ | য | ৰ্য্য | কাৰ্য্য, সূৰ্য্য । |
ৰ্ | ব্ | ব | ৰ্ব্ব | গৰ্ব্ব, পৰ্ব্বত । |
ৰ্ | শ্ | ব | ৰ্শ্ব | পাৰ্শ্ব । |
ষ্ | ক্ | ৰ | ষ্ক্ৰ | দুষ্ক্ৰিয়া । |
ষ্ | ট্ | ৰ | ষ্ট্ৰ | উষ্ট্ৰ, লোষ্ট্ৰ । |
ষ্ | প্ | ৰ | ষ্প্ৰ | নিষ্প্ৰয়োজন । |
স্ | ত্ | ৰ | স্ত্ৰ | অস্ত্ৰ, বস্ত্ৰ । |
ৰ্ | দ্ | ধ | ৱ | ৰ্দ্ধ্ৱ | উৰ্দ্ধ্ৱ । |