সমললৈ যাওক

পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
অসমীয়া আদি পাঠ ।

চ্      চ্চ   উচ্চ, উচ্চাৰণ।
চ্      চ্ছ   ইচ্ছা, তুচ্ছ, বিচ্ছেদ।
চ্      চ্ঞ   যাচ্ঞা।
জ্      জ্জ   লজ্জা, সজ্জিত।
জ্      জ্ঞ   যজ্ঞ, জ্ঞান।
ঞ্      ঞ্চ   চঞ্চল, সঞ্চয়।
ঞ্      ঞ্ছ   বাঞ্ছা, লাঞ্ছনা।
ঞ্      ঞ্জ   আঞ্জা, সঞ্জাত।

৯ পাঠ।

 যজ্ঞৰাম, তোমাৰ উচ্চাৰণ ইমান বেয়া কিয়? সঞ্জয় তোমাতকৈ বয়সত সৰু; অথচ সি ভালকৈ উচ্চাৰণ কৰিব পাৰে। তোমাৰ মনত লজ্জা বোধ নহয় নে? তোমাৰ পিতৃ-মাতৃৰ প্ৰধান ইচ্ছা যে তুমি লিখা-পঢ়া শিকি জ্ঞানী হোৱা। তোমাৰ পঢ়ালৈ আওহেলাৰ কথা শুনিলে তেওঁলোকে মনত বৰ বেজাৰ