পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অস্তুত ৰামায়ণ । তবে মাঝে ফ্যহ তায়ে দূর্গে যাই অত্ৰাৱতী মকৰে লুf °ড়ি খাই । ২৯৮ সিসবৰ মাঝে যীৰে সেহি ৰূপ ধৰি । সেহি ভাষ৷ বুলি ফুৰে বিত f . ত কৰি । ভূগি ৰূপ ধৰি পাছে ভূমিত পশিলা পৃথিৱীৰ মা নে, তু6িাও কি চাৰিল।।২৯৯ নপাই উদ্দেশ তাতে৷ & গতি কৰি । মহাতল নগৰত পশি স্ত • ৰি । বড় বড় নাগ আছে প্ৰচণ্ড প্ৰভাৱ । চলে উরস্থলে কৰে। নাহি হাত পাৱ ।৩০ • কতে। দশ কতে। কুড়ি কতে স শ্ৰেক । তুলি অংছে মুখ বিষ বঝাই অতিৰে ক । যতেক নাগিনী নাৰী সবে। সেহি নয় । সিসবৰে। মুখে বিষ বহু ধৰয় ।৩৩১ কতে। নাগ মাৰাঁ দব মন্তব্যৰ নয় । পূৰ্ণচন্দ্ৰ বদনী কঠিন স্তনচয় । ৰূপে গুণে বি দ্যাধৰী সবে। নোহে সৰি জাতিত পদ্মিনী সবে সৰ্ব্বাঙ্গে z ন্দৰী ।৩০২ কিন্তু এক ফণ। জঃছে মাথাৰ উপৰে । ফণামণি সবে অতিশয় শোভা কৰে।