পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২২ অৰ্ভত ৰামায়ণ । লঙ্কাপুৰ নাশি, পুনু বীৰে আসি ৰামত সবে কহিল । সেতুবন্ধ কৰ ৰাষব শ্রীহৰি, সগৈ্যে fচ ঘু তৰিলা । সবংশে নিন কৰি দশা-ন, সীতাক ৰামে দেখিল1 ! মহা শুদ্ধমতি, শাস্তাযে সীতাৰ, সতাষ ক অাশঙ্কিলা ৮৪ বঢ়িত পড়িলা, তাতো উত্তৰিল, বু নস্ত ,দবচয় । এহে শান্তী মতীতে তাতেসে মতি, নাiহকে কিছু সংশয় । দেৱসঘে আসি, ৰাজা দশৰথ, ৰামক বুলিলা বাক । কিছুয়ে সংশয়, কপু নাহি কয়, সত্ব ৰ সতী সীতাক ॥৮৫ সমুখ যুদ্ধত, পড়ি দশানন, সবান্ধৱে স্বৰ্গে গৈল । দিব্য বিমানত, sড়ি পুনৰপি তথায়ে অসিয়া ভৈলা ।