পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অস্তুত ৰামায়ণ । ১৬১ তোমাৰ খশস্ত। গুণ শুনিবাক প্ৰতি । কুব ও বিধাত। ঐত শিদিল বসতি। তথাপিতে। সত্য কর্থে শুনা প্ৰভু স্বামী । পাতালতে! তোমাকেসে চিন্ত আছে৷ আমি ৬৭১ তোমাৰ চৰণ এই হৃদয়ত ধৰি । , সদায় বঞ্চিবো হেন আছো আশা কৰি । ধৰ্ম্মক স্থাপিতে তুমি ভৈলা অবতাৰ । দুৰ্জনক বিনাশি হৰিলা ভূমি ভাৰ । ৬৭২ অমিত্য বিষয় গুখ লোকত-লেখ’ই । তেজিলা মোহোক জনা অপবাদ পাই। ধৰিবাহা ব্ৰহ্ম চাষ্য অতি কট ব্ৰত তোমাৰ ব্ৰতৰ মই ভৈলো অনুগত । ৬৭৩ তুমি আমি ভুঞ্জিবাক বিষয়ৰ ভোগ । ইতো অবতাৰত নোt.ছাক আৰ যোগ । শঙ্কৰ ৰ ব্ৰত যদি তুমি কৰ। নাশ । অধৰ্ম্ম অ ইৰি লোক হৈবেক বিনাশ ॥৬৭৪ শ্রেষ্ঠ জনে যদি বেদ পাঠ সমাদৰে। তাকে শ্ৰেষ্ঠ ধৰ্ম্ম বুলি ইৰে আচৰে। বাস্তৱত তুমি সৰ্ব্ব গত সৰ্ব স্বামী। তোমাৰ উদৰে বাস কৰি অাছে। আমি ॥৬৭৫