পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 ( ১৩ ) মঙ্গলদৈৰ মহা সভা মঙ্গলদৈ-অক্ষলত ২ বছৰৰ পৰা বৰ আচৰিত ভাবে কাথলিক খ্ৰীষ্টয়ানত আহিছে কাৰণ আজি কালিও অনেক অনেক লোকে আহিবলৈ ইচ্ছুক আছে, কিন্তু আশা কৰোঁ অলপ বছৰ পাছত মঙ্গলদৈত বহুত কাথলিক খ্ৰীষ্টীয়ান হৈ যাব মঙ্গলদৈত বেবং কাদাৰ এ আলেচিৰ কষ্ট ও পৰিশ্ৰমৰ দ্বাৰা ক্ৰমে ক্ৰমে প্ৰাই বিলাক গাৱেই সত্য খ্ৰীষ্টীয়ান হৈ গৈছে। মঙ্গলদৈ অঞ্চলত ৰেবং ফাদাৰ এ আলেচি এচ চি প্ৰাই ১ মাহ ২ মাৰ ভিতৰতেই যাই। আৰু তেওঁৰ পৰামৰ্শৰ দ্বাৰা মঙ্গলদৈ অঞ্চলত এটা মহা সভাৰ উৎসব পতা হৈছিল। ইয়াত আতই মঙ্গলদৈ অঞ্চলত কাথলিক খ্ৰীষ্টীয়ান সকলে গোট খাই বৰ ধুমধামেৰে মহা সভাৰ উৎসব মানিলে। আটাই খ্ৰষ্টীয়ান বিলাকে বৃহস্পতি বাৰ দিনা আবেলিৰ পৰা গোট হৈছিল, গোট হোৱাৰ পাছত পবিত্ৰ ঢামেন্তৰ আশীৰ্বাদ হয়। আটাই মানুহ সংখ্যা ৫ ০০৬০ ০ মান আছিল। চক্ৰামেট আশীৰ্বাদৰ পাছত বাইস্কুব হৈছিল, বাইস্কুবৰ আগয়ে ৰেবং ফাদাৰ এৰাবালিকৰ দ্বাৰা মুক্তি উৎসব বিষয় সুন্দৰ উপদেশ শুনি আটাই উপস্থিত থকা লোকে সন্তোষ পালে। শুক্ৰবাৰ দিনা আবেলি অনেক দিঘলীয়া কৈ চৰ বাট যাত্ৰাৰ নিচিনাকৈ সুন্দৰ ৰূপে প্ৰাই ৩৮ বিঘামান মাটীৰ এখন পঠাৰত কৰা হৈছিল। শুনিবাৰ দিনা ৰাতিপোক কৃষ্ণগৰৰ মহা মান্যবৰ বিশপ মহোদয় আহে তেওঁক আনিবলৈ আটাই খ্ৰীষ্টীয়ান ও ফাদাৰ দল বান্ধি যাত্ৰাৰ নিচিনাকৈ গৈ তেওঁক আধা মাইল দূৰৰ পৰা আদৰ অভ্যৰ্থনাৰে আগ বঢ়াই আনি গিৰ্জালৈ সোমুৱা হয়। আৰু আবেলি আটাই খ্ৰীষ্টীয়ানে সৈতে দল বান্ধি যি মঙ্গলদৈ অঞ্চলত কাথলিক মিশনৰ প্ৰাই মেৰি ইস্কুল স্থাপিত কৰা হৈছে, তাক চাবলৈ কৃষ্ণগৰৰ মান্যবৰ বিশ্বপক আদৰেৰ সৈতে যাত্ৰাৰ নিচিনাকৈ ইস্কুলৰ কম্পালৰ ভিতৰত নিয়া হয় তাত অনেক কথা আলোচনা কৰি ইস্কুলৰ নিয়ম ঠিৰাং কৰা হয়। বিবাৰ দিনা মাবৰ বিশপ দ্বাৰা ৬০ জন নতুন চীনে অন পালে।