পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২ ) বিদেশৰ বাতৰি মানিলা (ফিলিপাইন)ঃ অহা বছৰত এই সুন্দৰ ৮ইৰত “আন্ত ৰ্জাতিক ইউখাৰিস্তিক মহা স’ পতা হব। এচিয়া মহাদেশত এই মহা সভা পতা এযেই প্ৰথম বাৰ চীন আৰু ভাৰতবৰৰ পৰা অনেক কথলিকে ইয়াত যে গ দিব। এই ফিলিপাইন ছীপোৰ চীন উপকূলৰ ওচৰত। সেই ঠাই। সকলো মাহই ভাল কাথলিক। তাও অনেক পুৰণি কলায়া স্পেনীয় গা মাপে আৰু এ বিখ্যাত কাথলিক বিশ্ববিদ্যালয়ে আছে। কেঁচা (ইটালি); এ সুন্দৰ সৰু চৰ খ৩ অগপতে এখন বৰ ৬ সৰ সৰ হৈ গ'ল। গণৰ মুচলিনী ৰাজ আৰু ফেঞ্চ মন্তী সকলৰ ল ইউৰোপৰ আৰু লগ ৩ গো, পৃথৰত শান্ত ৰক্ষাৰ কাৰণে অনেক গুৰ বি আলোচনা কবলৈ ইয়াত গোট খাইছিল। আমি প্ৰাৰ্থনা কৰ- ঈশ্বৰ এই (নতা সকলৰ মণ পৰিষ্কাৰ কৰক যাতে পৃথিবী ৩ শ অ আৰু স” ইচ্ছাই {বৰাজ কৰিৰ প'ৰে। মস্কো (ৰাচিয়া? এই নেশ এলচক আৰু চোভিয়েট। বিলাকে ধৰ্ম আৰু ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ কৰিছে। ঈশ্বৰে অধৰ্ম্মৰ কাৰণে সিহঁতক শাস্তি দিছে। কেই দিন মানৰ আগতে ৪০ চা মানুহৰ সৈ এখন উৰা জাগস আকাশতে চুৰমাৰ হৈ সকলোবোৰ মৰম। ৰোমঃ-এই নগৰৰ সন্ত পিটাৰৰ গিৰ্জাত সন্ত জন বিচাৰ আৰু সন্ত থ মচ মৰক সন্ত বুলি ঘোষণা কৰোতে ৫০,০০০ জনতকৈও অধিক মানুহ গোট খাইছিল।