পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 . AL 65 ( ১৮ } ৰজাই নিজৰ প্ৰিয় ল ৱাক এটা সুন্দৰ পুৰস্কাৰ দিছিল। ৰামে তাক গম পাই লগৰিয়াৰ নষ্ট কৰিবলৈ মনত থিৰ কৰে। এবাৰ ৰজা বিদোঈল গল। ৰামে ৰজাৰ গোটালীত এটা মন মুক্তা দেখি পালে। খোটাত ৰুকামাৰে। মান নি লই : ইছৰ বিচনাত ৰাখি থৈছে। লুইছে একো নেদেখিলে। ৰ। ঘৰলৈ আহে। ২াম ৰ জৰ কাশী ছপি মাত লগাই কৈছে মহাশয়, আপুনি লুইক বেচি প্ৰেম কৰে। লুই ইমান প্ৰেম চেনেই পাবৰ যোগ্য নয়। আপোনাৰ এটাৰীত ১ 14 বহুমূলীয়া মনি আছিল। এই মন লুইছে 'লৈ নিজৰ বিশা: কাই থৈছে। ৰজাই ৰমৰ কথাত বিশ্বাস কৰে। লুইক মাতি ন ব কল • মই তোক ইমান প্ৰেম কৰিছে। কিয়? ঘৰত মই সৰুপ •?? ওই মোৰ মণি চুৰ কৰিছ। সুইচে এই কথা শুনিব ত ই ই দ - {ৰে। ৰমে ৰজাকে সুধিলে মহাশয়, শ্ৰাহক। ন ইছৰ খোলী গল। তাত পাই ৰামে বিচাৰ পূৰ। ম»ি লাইছে। ইছে বধুৰকৈ কান্দি অকা' কলে- নহয় মই ৰ ই ক ৭। মুশুনি খঙতে খেঠাৰ মৰা ওলয়ালে। stata "P: 15!3161767 ৰজাই লুইচক বৰ শস্য দিবলৈ! মন ল'লে!। ণ্ডৰ গৰাকীলৈ এই বাতৰি পঠিয়ালে – কালি ও তিপুৱাত তেৰ ৪১, ৪জন লগুৱ। তে সোনকালে অগিত প্লেব।' লুইছ ৰাতিত শুব নোৱৰে। মাকৰ ছাছ দেখে। তেওঁ এই খবৰ পালে কব কি? দুখ কমান পাব : আৰু বৰ চকুৰ পানী টুকিছে। কিনাৰ পৰা নামি আঁকঢ়ে আৰু স্বৰ মাক কুমাৰী মাৰীয়াৰ ওচৰত চিন্তেৰে প্ৰাৰ্থনা কৰে। ৰাতিপুৱা, ৰজাই তেওঁক মাতি আনি চিঠি দি এইটোক ঠিকনাৰ মতেই লৈ যাবি। লুইছ এবাৰ বজাৰ চকুলৈ চাই, দেখে ৰজাৰ চকুটান। চিঠি লৈ গল। বাটত এটা গীৰ্জাঘৰ আছে। ভাত পাই লুইছ অলপ প্ৰাৰ্থনা কৰম বুলি সোমাল। ফাদাৰে যেতিয়া মিচ্চা অৰম্ভ কৰে। লুইছে ভাবে, “ চিঠি বেচি অৱশ্যকীয় নহয়, মিচ্চা শুনি পাছত লৰালৰিকৈ তাক লৈ যাম।" 1