পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৩ ) পবিত্ৰ জেম দাম্মাশিয়া দেশত খ্ৰীষ্টাব্দ ৪০ চনত পবিত্ৰ জেৰমৰ জন্ম হয়। ডেকা কালত পটাশিক্ষাৰ নিমিত্তে তেওৰম নগৰলৈ যায়। পঢ়াশুনাত জেৰমে অতি ধাউতি আগ্ৰহ দেখুৱাইছিল। পাঠ্য কিতাপ তেওঁৰ বৰ হেঁপাহ। তেওৰ শিক্ষক এজন অতি প্ৰসিদ্ধ মা হ আছিল। কিন্তু ঈশ্বৰে মণ্ডলীৰ সেৱাত তেওক মনোনীত ক ৰলে এই দেখি জেৰম পৰমেশ্বৰৰ মাত শুনি ৰম নগৰৰ পৰা পলাই গৈ চিৰিয দেশৰ মৰুভূমিত নিত্য থকা ঠাই স্থাপন কৰিলে। ইয়াতে একেবাৰে নিৰ্দ্দন ঠাইত পৰাচিত আৰু প্ৰাথনা কৰাৰ কাষ্যত পবিত্ৰ জেৰমে চাৰি বছৰ কটালে। কিন্তু পবিত্ৰ পপে তেওক এম নগৰলৈ মাতি হিবি ভাষাৰ পৰা লাটিন ভাষালৈ ধৰ্ম্মপুথি ভাবিলৈ আদেশ দিৱে। এই কামৰ নিমিত্তে জেৰমে বেথলেহেম নগৰলৈ গৈ ইয়াতে নেৰানেপেৰাকৈ কাম কৰি এিশ বছৰ কটালে। অনেক মানুহে তেওৰ পৰামৰ্শ লবলৈ খুজিছিল। পবিত্ৰ পপৰ প্ৰতি তেওঁৰ বৰ আদৰ মান সম্মান আছিল। এদিন ধৰ বিষয়ে তৰ্ক বিতৰ্ক উঠাত জেমে শস্ত পপৰ পৰামৰ্শ সুধি তলত দিয়া কথা লিখিলে “মই আপোনাৰ সৈতে ভাগী। আপুনি কি কৰিব লগীযা মোক আদেশ দিব, কাৰণ মণ্ডলী শীলতে বন্ধন স্থাপন কৰা হয়। যিবিলাক এই পবিত্ৰ জাহাজত নেথাকে সেই বিলাক নষ্ট হব।” পবিত্ৰ জেৰম খ্ৰীষ্টাব্দৰ ৪১০ চনত স্বৰ্গী এল। অভ্যাস আমাললাকে যদি সকলো ধৰ্ম্মপুথি মুখস্থ দিওঁ কিন্তু আমালোকৰ হৃদযত ঈশ্বৰৰ প্ৰেম নাই আমালোক কি লাভ হব? আহা আমি পবিত্ৰ জেৰমৰ উদাহৰণ লৈ সদায় শন্ত পপৰ সৈতে থাকোঁহক কাৰণ যতে পপ, ত’তে পিত, য'তে পিতৰ ত'তে যীচু, যতে যীচু খ্ৰীষ্ট সেই ঠাইত মণ্ডলী আৰু পৰিত্ৰাণ।