পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৬ ) কৰিবৰ নিমিত্তে কোনো আপত্তি নকৰি অমন যোগ কৰিছিল? আমালোকে পাৰোনে? নিজকে নিজে শান্তনা কৰিবলৈ আৰু বিবেচনা কৰিবলৈ আৰু নিজ কুমাৰী জীৱন ঈশ্বৰৰ নিমিত্তে উচৰ্গা কৰি যি জনাই সকলো গুণে এই পৃথিবীৰ তপনত যদিও আমালোকৰ সাহায্যৰ নিমিত্তে তেওঁৰ ওপৰত কোনো দাবী নাছিল তথাপিও আমাৰ আশীৰ্বাদ পোৱ কুমাৰী মাৰিয়াই কেতিয়াও কোনো বিষযত মৰম কৰি কাণ পাতিবলৈ ক্ৰটি নকৰিলে, কাৰণ আমাৰ প্ৰভু পৰম ঈশ্বৰৰ জাত যাতে আমালোকক কৈছে যে যি সকল বিষয় পিতৃযে তেওঁক দিলে এই সকলো যেন তোমালোকে নেহেৰুৱাব। আৰু তেওঁৰ পাচনযে কয় যে সকলো বিলাক লোকে যেন সত্য পথত থাকিবলৈ শিক্ষ। কৰে আৰ যেন স বলাক সকলৱেই পাপৰ পৰা ৰক্ষা পায। আচৰিত মৃত্তি who off এসময় • জন একৰে এক প্ৰ নিৰ্মান ক •ছ॥ ই ইতৰ দণৰ চিন্তা আৰু ৰাতিৰ সপোন হৈছিল। প্ৰভু বুলি tv, নবলৈ মূৰি কোনো ফালে আঘাত, ক্ৰুট কাটৰ : কুট ইত্যাদ এবাহে নাছিল। সজা হল ৩ এটি লৰাক মৃত্তিা কাক উদ্দেশ কাল সজা হৈছে বুলি সোধা। ‘যp ক অলপো দিৰুক্তি নকৰি উওৰ দিলে। এটা মূৰ্তিটো এনে পবিত্ৰ ৩ আৰু ঈশ্বৰৰ অচান দিব পৰা যাক এটি সৰু লৰাযোনিৰ ৰে সকযে চিত্ৰকৰৰ ই এক মহত্বৰ লৰাটিয়ে চিন। আমিও আমাৰ জীৱন চৰি যাৰ এই পবএতা আৰু সৌন্দৰ্যৰ আদৰ্শ দেখুৱা উচিত, যাতে আমাৰ ওচৰত থকা সকলোৰে কব পাৰে - “সচাকৈযে ইযে যীচুব পবিতাৰ আহি।"