পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৪ )


শিৱসাগৰ কেথলিক মিচনৰ বঙ্গলা ঘৰ।

খোলা হৈছিলঃ আৰু আমি ব্ৰহ্মপুত্ৰ উপত্যকাতো অনেক স্কুল হ’ব বুলি আশা কৰোঁ। এই তিনি খন স্কুলৰ বাহিৰেও চেলিচিয়ান ফাদৰ সকলে, প্ৰায় মাৰী, মধ্য আৰু উচ্চ শিক্ষা বিষয়ক স্কুলৰ ভেটিত আগ বাঢ়িছে আৰু বাঢ়িবই লাগিছে। চিলঙত চাৰিখন হাই স্কুল আছে; গৌহাটিত আৰু ৰেলিয়াণত এখন এখন মধ্য-ইংৰাজ স্কুল আছে আৰু অনেক প্ৰাইমাৰী স্কুল আসামৰ প্ৰায়বিলাক ঠাইতে আছে। আসামত সাত খুন মাউৰা- আশ্ৰমেও ঠাই পাইছে।

গুৱাহাটি—দন বস্কৰ তেক্‌নিকেল স্কুল।

 এই বাৰবছৰৰ ভিতৰতে অনেক কৰা হৈছে; ডন বস্কৰ শিষ্য সকলে আৰু জোৰেৰে এই দেশৰ কাৰণে পৰিশ্ৰম কৰিব কিয়নো তেওঁলোকে এই দেশক তেও-